Bcb Care Hospital

Website

Bcb Care Hospital Trusted Advanced Healthcare
24×7 Emergency | Expert Doctors
Call : +91 7086530799

মূত্ৰনলীৰ পৰা কিডনীলৈ—Urology সমস্যাৰ বিশেষজ্ঞ চিকিৎসা এতিয়া আপোনাৰ কাষতে। Visiting Consultant UrologistDr. Shailendra ...
16/09/2026

মূত্ৰনলীৰ পৰা কিডনীলৈ—Urology সমস্যাৰ বিশেষজ্ঞ চিকিৎসা এতিয়া আপোনাৰ কাষতে।

Visiting Consultant Urologist
Dr. Shailendra Kumar Sah
MBBS, MS, MCh (Urology & Renal Transplant), JIPMER (Surgery)

📅 Visiting: 20th September 2026
📞 Appointment & Enquiry: 70023 67784
📍 BCB Care Hospital, Natun Nagar, Dhemaji

কিডনী ষ্টোন, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা বা প্ৰষ্টেটৰ সমস্যাক অৱহেলা নকৰিব। সময়মতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

12/09/2026

সপোনৰ পৰা বাস্তৱলৈ…
আমাৰ অঞ্চলৰ ৰাইজৰ বাবে সহজলভ্য আৰু উন্নতমানৰ ডায়ালাইচিছ সেৱা আগবঢ়োৱাৰ যি সপোন BCB Care -এ দেখিছিল, সেয়া আজি Care Dialysis Centre -ৰ ৰূপত বাস্তৱায়িত হ’ল।
আপোনাৰ আৰু আপোনাৰ আপোনজনৰ সুস্বাস্থ্যৰ বাবে আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ।

📞 Appointment & Enquiry: 70865 30799 | 70023 67784

12/09/2026

সপোনৰ পৰা বাস্তৱলৈ…

আমাৰ অঞ্চলৰ ৰাইজৰ বাবে সহজলভ্য আৰু উন্নতমানৰ ডায়ালাইচিছ সেৱা আগবঢ়োৱাৰ যি সপোন BCB Care -এ দেখিছিল, সেয়া আজি Care Dialysis Centre**-ৰ ৰূপত বাস্তৱায়িত হ’ল।

আপোনাৰ আৰু আপোনাৰ আপোনজনৰ সুস্বাস্থ্যৰ বাবে আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ।

📞 Appointment & Enquiry: 70865 30799 | 70023 67784

A Proud Step Forward for Healthcare Education in Dhemaji!BCB Care Hospital Pvt. Ltd. has signed an MoU with The Assam Ka...
11/09/2026

A Proud Step Forward for Healthcare Education in Dhemaji!

BCB Care Hospital Pvt. Ltd. has signed an MoU with The Assam Kaziranga University to provide students of Nursing, Pharmacy & Allied Healthcare Sciences with valuable internships, practical training, and real-world clinical exposure.

Together, we’re building skilled healthcare professionals and a stronger Assam.

BCB Care Hospital × The Assam Kaziranga University
Together for Education. Together for Healthcare.

05/09/2026

Celebrating Our Everyday Heroes!

BCB Care Hospital organised a special Teachers’ Day Health Camp at Mother’s Pride School.

Because those who shape our future deserve the best care today.

Happy Teachers’ Day!

শুভ জন্মাষ্টমী!
04/09/2026

শুভ জন্মাষ্টমী!

29/08/2026

BCB Care Hospitalত নতুন সংযোজন — Care Dialysis Centre!

ৰোগীৰ সুবিধা, সুৰক্ষা আৰু উন্নত চিকিৎসা সেৱাক অগ্ৰাধিকাৰ দি BCB Care Hospitalত আৰম্ভ হৈছে Care Dialysis Centre।

ডায়ালাইচিছৰ সময়ত হ’ব পৰা জটিল পৰিস্থিতিৰ বাবে ICU Support আৰু অভিজ্ঞ চিকিৎসকৰ দল সদায় সাজু থাকে, যাতে প্ৰতিগৰাকী ৰোগীয়ে লাভ কৰে অধিক নিৰাপদ আৰু যত্নশীল চিকিৎসা সেৱা।

📍Natun Nagar, Dhemaji, Assam – 787057

📞 অধিক জানিবলৈ যোগাযোগ কৰক: 70865 30799 / 70023 67784

BCB Care Hospital — আপোনাৰ সুস্বাস্থ্যৰ বাবে যত্ন আৰু বিশ্বাসৰ সৈতে।

Happy Raksha Bandhan!Celebrating the bond of love, care & protection.At BCB Care Hospital , your health is always our pr...
28/08/2026

Happy Raksha Bandhan!

Celebrating the bond of love, care & protection.
At BCB Care Hospital , your health is always our priority.

21/08/2026

হঠাতে আৰম্ভ হোৱা তীব্ৰ পেটৰ বিষে হেমাৱতী দৈমাৰীক বহুত কষ্ট দিছিল। ৰাতি শুব নোৱাৰা অৱস্থাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি CT Scan কৰাৰ পিছত সমস্যাটো ধৰা পৰে আৰু প্ৰয়োজনীয় অপাৰেচন কৰা হয়।
আজিৰ এই সুস্থতাৰ যাত্ৰাত তেওঁ BCB Care Hospital-ৰ চিকিৎসক, নাৰ্ছ আৰু সমগ্ৰ টিমক আন্তৰিক ধন্যবাদ জনাইছে।
আপোনাৰ স্বাস্থ্য, আমাৰ দায়িত্ব।

Appointment & Enquiry:
📞 70865 30799 | 70023 67784

📍 BCB Care Hospital, Dhemaji

S

Address

Natun Nagar, Dhemaji
Assam
787057

Alerts

Be the first to know and let us send you an email when Bcb Care Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category