Gingia NPHC

Gingia NPHC Information of health and family welfare 1.

Monday to saturday OPD Services open for 8.30 AM to 1.30pm except 2nd and 4th saturday OPD services 8.30 AM to 12 PM

Sunday OPD services close

জিনজিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত (NPHC) ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাষ্ট্ৰীয় পতাকা উত্তলোন কৰা হয়। সমগ্ৰ দে...
15/08/2026

জিনজিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত (NPHC) ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাষ্ট্ৰীয় পতাকা উত্তলোন কৰা হয়। সমগ্ৰ দেশবাসী তথা আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
জয় হিন্দ! 🇮🇳

মাতৃদুগ্ধই গঢ়ে এটি শিশুৰ সুস্থ ভৱিষ্যতৰ আধাৰ। আজিৰে পৰা আৰম্ভ হোৱা বিশ্ব দুগ্ধপান সপ্তাহত মাতৃ দুগ্ধৰ উপকাৰিতাৰ বিষয়ে ...
01/08/2026

মাতৃদুগ্ধই গঢ়ে এটি শিশুৰ সুস্থ ভৱিষ্যতৰ আধাৰ। আজিৰে পৰা আৰম্ভ হোৱা বিশ্ব দুগ্ধপান সপ্তাহত মাতৃ দুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সঠিক সজাগতাৰ সৃষ্টিৰে শিশুসকলৰ সুৰক্ষিত জীৱনৰ বাবে সংকল্পবদ্ধ হঁও আহক।


04/07/2026

💧প্ৰতিটো টোপালেই সুৰক্ষাৰ প্ৰতিশ্ৰুতি।             প্ৰতিটো শিশুই আমাৰ দায়িত্ব।অহা ২৮ জুন, ২০২৬ তাৰিখে (প'লিঅ' ৰবিবাৰ)  ...
27/06/2026

💧প্ৰতিটো টোপালেই সুৰক্ষাৰ প্ৰতিশ্ৰুতি।
প্ৰতিটো শিশুই আমাৰ দায়িত্ব।

অহা ২৮ জুন, ২০২৬ তাৰিখে (প'লিঅ' ৰবিবাৰ) অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস (পাল্ছ প'লিঅ' টিকাকৰণ কাৰ্যসূচী)।

৫ বছৰৰ তলৰ প্ৰতিগৰাকী শিশুক ওচৰৰ প'লিঅ' বুথলৈ লৈ আহি বিনামূলীয়াকৈ প'লিঅ'ৰ টোপাল খুৱাওক।

বুথ দিৱস: ২৮ জুন, ২০২৬
ঘৰে ঘৰে টিকাকৰণ: ২৯–৩০ জুন, ২০২৬

আহক সমগ্ৰ দেশক প'লিঅ'মুক্ত কৰি ৰাখোঁ।

Jana arogya samiti (JAS) meeting held at Gingia NPHC chaired by Respected ZPC ma'am  Baghmara with 05 respected Presiden...
12/06/2026

Jana arogya samiti (JAS) meeting held at Gingia NPHC chaired by Respected ZPC ma'am Baghmara with 05 respected President of gaon panchayat Barjharani, Monabari, TINISUTI, Ratowa, Gingia, Block development official, public health, police representative and other's. Along with plantation done.

09/06/2026

02/06/2026

HPV  vaccine awareness was done at Monabari high school.  National Health Mission, Biswanath
15/05/2026

HPV vaccine awareness was done at Monabari high school.

National Health Mission, Biswanath

Address

GINGIA
Biswanath Chariali
784184

Opening Hours

Monday 8:30am - 1:30pm
Tuesday 8:30am - 1:30pm
Wednesday 8:30am - 1:30pm
Thursday 8:30am - 1:30pm
Friday 8:30am - 1:30pm
Saturday 8:30am - 1:30pm

Website

Alerts

Be the first to know and let us send you an email when Gingia NPHC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category