16/07/2026
Uric Acid Series || Episode 06
ইউৰিক এছিডৰ ক্ৰিষ্টল গাঠিত জমা হ’লে অত্যন্ত বিষ হয় । ইয়াকে গাউত গাউতি আৰ্থৰাইটিচ বোলে ! প্ৰায় ভৰিৰ বুঢ়া আঙুলিত বিষ আৰম্ভ হৈ বাৰে বাৰে তেনে হ’লে গাঠিবিলাক স্থায়ীভাবে বেয়া হয় ।