17/06/2022
ড০ সংগীতা বৰ্মন, এম.বি.বি.এচ, এম.ডি, গুৱাহাটীৰ এগৰাকী প্রখ্যাত আৰু অভিগ্যতাপুষ্ট স্ত্রী আৰু প্রসূতি ৰোগ বিশেষগ্য।
তেখেতে সকলো ধৰণৰ সাধাৰণ স্ত্রী আৰু প্রসূতি ৰোগৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে প্রসূতি সম্বন্ধীয় বিভিন্ন দূৰাৰোগ্য ৰোগৰ চিকিৎসা সেৱাত অভিগ্য।
আপুনি যদি কোনো স্ত্রী আৰু প্রসূতি সম্বন্ধীয় ৰোগত ভূগি আছে, তেন্তে আপুনি ড০ সংগীতা বৰ্মনৰ লগত আপোনাৰ সমস্যাবোৰ আলোচনা কৰিব পাৰে।
এপণ্টমেণ্টৰ বাবে ৭০৯৯০৪৪০২২ নম্বৰত যোগাযোগ কৰক।
চেম্বাৰৰ ঠিকনাঃ মেডিক্লিনিক, চিত্রবন এনক্লেভ, কৰ্মাচ কলেজৰ সমীপত, নেক্সাৰ বিপৰীতে, জুৰ’ড গুৱাহাটী।