Spiritual Awakening & Reiki Healing

Spiritual Awakening & Reiki Healing Reiki Healing , Angel Reiki , Meditation Coach , Numerology , Candle Magic, Sigil , Swar Vigyan and Vastu .

04/06/2026

উপশম উৰ্জা( Healing energy) পঠিয়াই দিয়া হ'ল ৷
পঠিওৱাৰ ২৪ ঘণ্টাৰ ( 24 hours) ভিতৰত , ইয়াক যিকোনো সময়ত গ্ৰহণ কৰক ৷
অনুগ্ৰহ কৰি, চকী ( Chair) ত বহি গ্ৰহণ কৰক বা নিজৰ পিঠি চিধা কৰি বিচনাত শুৱ (বাগৰ দিব পাৰে) পাৰে ৷ এগিলাচ পানী খাওক ৷ নিজৰ নাকৰ উশাহ-নিশাহত মনোযোগ দিয়ক বা ধ্যান কেন্দ্ৰিত কৰক আৰু লাহে লাহে নিজৰ চকুযুৰি বন্ধ কৰক আৰু তাৰ পিছত তিনি বাৰ ( 3 বাৰ) দীঘল দীঘল কৈ উশাহ লওঁক ৷
তাৰ পিছত কওঁক , মই গ্ৰহণ কৰিছোঁ মাষ্টাৰ বৰ্ষা ৰয় (Master Barsha Roy) জৰিয়তে পঠিওৱা উপশম উৰ্জা (Healing Energy) মোৰ সৰ্বোচ্চ ভাল (উত্তম) ৰ বাবে ৷ মই গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ ( তিনিবাৰ ক'ব লাগে ) ৷ ২৫-৩০ মিনিট বহক আৰু তাৰ পিছত পানী খাওক ৷ যদি আপুনি শুই যায়, তেতিয়াও কোনো কথা নাই বা সমস্যা নাই ৷🙏💜

Healing energy sent.

Receive it anytime within 24 hours of sending.

Plz receive by sitting on a chair or lying on bed, with your back straight. Drink a glass of water. Focus your attention on the tip of your nose and slowly Close your eyes and take 3 deep breaths.
Then say, I receive the healing energy sent by Master Barsha Roy for my highest good. I receive , I receive , I receive.
Sit for 25-30 minutes n then drink water.
If u fall asleep, no issue.🙏💜

উপশম উৰ্জা( Healing energy) পঠিয়াই দিয়া হ'ল ৷পঠিওৱাৰ ২৪ ঘণ্টাৰ ( 24 hours) ভিতৰত , ইয়াক যিকোনো সময়ত গ্ৰহণ  কৰক ৷অনুগ্ৰহ ...
03/06/2026

উপশম উৰ্জা( Healing energy) পঠিয়াই দিয়া হ'ল ৷

পঠিওৱাৰ ২৪ ঘণ্টাৰ ( 24 hours) ভিতৰত , ইয়াক যিকোনো সময়ত গ্ৰহণ কৰক ৷

অনুগ্ৰহ কৰি, চকী ( Chair) ত বহি গ্ৰহণ কৰক বা নিজৰ পিঠি চিধা কৰি বিচনাত শুৱ (বাগৰ দিব পাৰে) পাৰে ৷ এগিলাচ পানী খাওঁক ৷ নিজৰ নাকৰ উশাহ-নিশাহত মনোযোগ দিয়ক বা ধ্যান কেন্দ্ৰিত কৰক আৰু লাহে লাহে নিজৰ চকুযুৰি বন্ধ কৰক আৰু তাৰ পিছত তিনি বাৰ ( 3 বাৰ) দীঘল দীঘল কৈ উশাহ লওঁক ৷
তাৰ পিছত কওঁক , মই গ্ৰহণ কৰিছোঁ মাষ্টাৰ বৰ্ষা ৰয় (Master Barsha Roy) জৰিয়তে পঠিওৱা উপশম উৰ্জা (Healing Energy) মোৰ সৰ্বোচ্চ ভাল (উত্তম) ৰ বাবে ৷ মই গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ ( তিনিবাৰ ক'ব লাগে ) ৷ ২৫-৩০ মিনিট বহক আৰু তাৰ পিছত পানী খাওঁক ৷ যদি আপুনি শুই যায়, তেতিয়াও কোনো কথা নাই বা সমস্যা নাই ৷🙏💜

Healing energy sent.

Receive it anytime within 24 hours of sending.

Plz receive by sitting on a chair or lying on bed, with your back straight. Drink a glass of water. Focus your attention on the tip of your nose and slowly Close your eyes and take 3 deep breaths.
Then say, I receive the healing energy sent by Master Barsha Roy for my highest good. I receive , I receive , I receive.
Sit for 25-30 minutes and then drink water.
If you fall asleep, no issue.🙏💜

15/05/2026

Mulank no 7. Birth date 7,16,and 25.

12/05/2026

Jodi kunubai free healing bisare , tente ei link tut click kori whatsapp group ot join hoi lobo.

12/05/2026

যিসকলে নিজৰ mulank আৰু bhagyank ৰ বিষয়ে জানিব খোজে , মোক WhatsApp কৰিব পাৰে।
7637821095 .
সম্পূৰ্ণ free (পাঁচ দিনৰ কাৰণে মাত্ৰ)

10/05/2026

Mulank no 6

09/05/2026

Mulank no 5. Birth date - 5,14,and 23.

08/05/2026

Mulank no 4 .Birth date 4,13 #,22,31.

Address

Birubari Sankarpur
Guwahati
781016

Website

Alerts

Be the first to know and let us send you an email when Spiritual Awakening & Reiki Healing posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share