Dr Bedabrata Pathak

Dr Bedabrata Pathak CMD of GATE Hospital
Member of Zonal Railway Users' Consultative Committee (ZRUCC)
SC Marcha Vice president Bharatiya Janata Party Assam Pradesh

Byatikram “The Salute” Award 2021 for contribution to Laparoscopic surgery
News18 Healthcare Excellence Award 2021 for Surgeon of the Year
News18 Healthcare Excellence Award 2021 for Emerging Chain Healthcare Units in Assam
Assam Star Award 2021
Indian Achievers’ Award 2021 for Promising Company
News18 Healthcare Excellence Award 2021 Certificate of Appreciation for Emerging Chain Healthcare Uni

ts in Assam for reaching out to maximum towns across Assam by providing healthcare infrastructure & support in a short span of time
Times Stellar Brands & Icons Assam & Northeast Award 2020 to Gate Multispeciality Hospital
News18 Healthcare Excellence Award 2022 Certificate of Appreciation for Surgeon of the Year for performing complex surgeries. Somaj Hitoikhi Award by Sualkuchi E media Association

অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিয়ুষ হাজৰিকা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।জনসেৱাৰ প্ৰতি তেখেত...
17/06/2026

অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিয়ুষ হাজৰিকা ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

জনসেৱাৰ প্ৰতি তেখেতৰ নিষ্ঠা,কৰ্মস্পৃহা আৰু নেতৃত্বই সমাজৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।মা কামাখ্যাৰ আশীৰ্বাদত তেখেতে সু-স্বাস্থ্য,দীৰ্ঘায়ু,সুখ-সমৃদ্ধি আৰু আগন্তুক দিনসমূহত অধিক শক্তি আৰু সফলতাৰে জনসেৱাৰ পথত আগবাঢ়ি যাওক,তাৰেই কামনা কৰিলোঁ।
Pijush Hazarika

16/06/2026

স্বাস্থ্য ক্ষেত্ৰত নৱতম সংযোজন গেট ৰাজধানী হাস্পতাল । শীঘ্ৰেই ৰোগী সকলৰ সেৱাত আৰম্ভ হ'ব।‌উন্নতমানৰ সেৱা উপলব্ধ হ'ব উক্ত প্ৰতিষ্ঠানত । সকলোৰে সহায় সহযোগিতা গঠনমূলক পৰামৰ্শ কামনা কৰিলোঁ।

অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সন্মানীয় শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মা বাইদেউলৈ বিবাহ বা...
07/06/2026

অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সন্মানীয় শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মা বাইদেউলৈ বিবাহ বাৰ্ষিকীৰ হিয়াভৰা ওলগ যাচিলোঁ।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ— দাদা আৰু বৌৰ যুগ্ম জীৱন সদায় সুখ, শান্তি আৰু অপাৰ সাফল্যেৰে ভৰি পৰক। আপোনালোক দুয়োজন দীৰ্ঘায়ু হওক।
Himanta Biswa Sarma
Riniki Bhuyan Sharma

05/06/2026
আজি ৫জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটোত আমাৰ ধুনীয়া পৃথিৱীখনক সেউজীয়া আৰু সুস্থ কৰি ৰাখিবলৈ তথা প্ৰক...
05/06/2026

আজি ৫জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটোত আমাৰ ধুনীয়া পৃথিৱীখনক সেউজীয়া আৰু সুস্থ কৰি ৰাখিবলৈ তথা প্ৰকৃতিৰ সৈতে আমাৰ চিৰন্তন সম্পৰ্কক আৰু অধিক দৃঢ় কৰি তোলাৰ সংকল্প গ্ৰহণ কৰোঁ আহক। বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা।

ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সভাপতি তথা ভাস্কৰজ্যোতি কলিতাক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ মা-কামাখ্যাই আপ...
02/06/2026

ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ জিলা সভাপতি তথা ভাস্কৰজ্যোতি কলিতাক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ মা-কামাখ্যাই আপোনাক কুশলে ৰাখক , তাৰেই প্ৰাৰ্থনা ৷

भारतीय जनता पार्टी के माननीय राष्ट्रीय अध्यक्ष श्री Nitin Nabin जी को जन्मदिन की हार्दिक शुभकामनाएं।आपका समर्पित नेतृत्व...
23/05/2026

भारतीय जनता पार्टी के माननीय राष्ट्रीय अध्यक्ष श्री Nitin Nabin जी को जन्मदिन की हार्दिक शुभकामनाएं।

आपका समर्पित नेतृत्व, सरल व्यक्तित्व और संगठन के प्रति प्रतिबद्धता करोड़ों कार्यकर्ताओं को निरंतर प्रेरित कर रही है। ईश्वर से आपके उत्तम स्वास्थ्य, दीर्घायु एवं सफल जीवन की कामना करता हूँ।

Bharatiya Janata Party (BJP)

23/05/2026
22/05/2026

অসমত আইন-শৃংখলা সুদৃঢ় কৰা আৰু গৰু চুৰি তথা অবৈধ গোমাংস বেহাৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে আমাৰ চৰকাৰে অব্যাহত ৰাখিছে কঠোৰ অভিযান। জনসাধাৰণৰ সুৰক্ষা, সামাজিক স্থিৰতা আৰু আইনৰ শাসন অটুট ৰাখিবলৈ আমাৰ এই অভিযান ভৱিষ্যতৰ দিনতো একেই দৃঢ়তাৰে অব্যাহত থাকিব। আইনৰ চকুত কোনো অপৰাধীয়েই অসমত ৰেহাই নাপাব।

Zero Tolerance towards Cattle Smuggling ❌

In Assam, we have launched a state wide crackdown on cattle thieves & smugglers with 856 of them arrested leading to the seizure of 2980+kg of beef.

This Crackdown will continue till we completely stop this illegal trade & consumption.

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when Dr Bedabrata Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr Bedabrata Pathak:

Shortcuts

Share

Category