Dr Rahul kalita,Gold medalist ,medicine

Dr Rahul kalita,Gold medalist ,medicine [email protected]

medicine specialist

8822694940....WhatsApp number...
(1)

01/09/2026

Pancreatitis কি?stress বিষয় কিছু আলোচনা।

29/08/2026

হঠাৎ cardiac arrest কিয় আহে, কাৰণ সমূহ জানো আহক।

27/08/2026

আই মাতৃ সকলৰ বাবে বিশেষ video , ৰক্তহিনতা কেনেদৰে আমি বাধা দি ৰাখিম জানি লওঁ আহক। অৱশ্যে সুপ্ৰভাত বুলি ভুলতে কোৱা গল দেই।

23/08/2026

মই এটা homework দিছোঁ যদি মানি চলে ঘৰে ঘৰে diabetes ৰ প্ৰভাৱ কমিব, মানিব নে মোক কব।

21/08/2026

Running কৰিলে memory বাঢ়ে,হাৰ্ট শক্তিশালী হয়। Tendons,ligaments , ভাল হয়।

14/08/2026

Liver টান কিয় হৈ যায়,কেনেদৰে পৰীক্ষা কৰিব লাগে , কেনেদৰে বাচি থাকিম,এটা প্ৰতিশ্ৰুতি মোক দিবনে।

12/08/2026

Coton college ত পঢ়াৰ ইমান কিয় মন আছিল, মোক কোনে ঠাট্টা কৰিছিল, মনৰ কথা পতিছো।

10/08/2026

আমি জানি বুজি নিজেই cancer ক মাতি আছোঁ নেকি ? কিয় heart ,liver ৰ ইমান সমস্যা দেখা দিয়া হৈছে,মোক জনাবচোন কি ভাবে।

07/08/2026

অসমৰ সন্মানীয় মুখ্য মন্ত্ৰীৰ পৰা কি কি imbibe কৰিছোঁ , মোৰ personally কি লাভ হৈছে , video টো মোতকৈ সৰু সকলৰ বাবে হে।

05/08/2026

Gastric ulcer হোৱা কাৰণ, ERCP কি পৰীক্ষা।

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when Dr Rahul kalita,Gold medalist ,medicine posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category