Omkar Yoga Association

Omkar Yoga Association I love yoga.

Our students performance on the stage.......
16/08/2026

Our students performance on the stage.......

Achivement of omkar students........1𝒔𝒕 𝑰𝑵𝑻𝑬𝑹 𝑫𝑰𝑺𝑻𝑹𝑰𝑪𝑻 𝒀𝑶𝑮𝑨𝑺𝑨𝑵𝑨 𝑪𝑶𝑴𝑷𝑬𝑻𝑰𝑻𝑰𝑶𝑵 2026 𝑶𝑹𝑮 𝑩𝒀:𝑹𝑨𝑴𝑨𝑵𝑺𝑯𝑹𝑬𝑬 𝒀𝑶𝑮𝑨 & 𝑯𝑬𝑨𝑳𝑰𝑵𝑮 𝑰𝑵𝑺𝑻𝑰𝑻...
15/08/2026

Achivement of omkar students........

1𝒔𝒕 𝑰𝑵𝑻𝑬𝑹 𝑫𝑰𝑺𝑻𝑹𝑰𝑪𝑻 𝒀𝑶𝑮𝑨𝑺𝑨𝑵𝑨 𝑪𝑶𝑴𝑷𝑬𝑻𝑰𝑻𝑰𝑶𝑵 2026
𝑶𝑹𝑮 𝑩𝒀:𝑹𝑨𝑴𝑨𝑵𝑺𝑯𝑹𝑬𝑬 𝒀𝑶𝑮𝑨 & 𝑯𝑬𝑨𝑳𝑰𝑵𝑮 𝑰𝑵𝑺𝑻𝑰𝑻𝑼𝑻𝑬
𝑫𝑨𝑻𝑬:9𝒕𝒉 𝑨𝑼𝑮 2026
𝑽𝑬𝑵𝑼𝑬:𝑨𝒔𝒔𝒂𝒎 𝑺𝒌𝒊𝒍𝒍 𝑫𝒆𝒗𝒆𝒍𝒐𝒑𝒎𝒆𝒏𝒕 𝒂𝒏𝒅 𝑴𝒊𝒔𝒔𝒊𝒐𝒏 𝑨𝒅𝒅𝒓𝒆𝒔𝒔:𝑵𝑯 37, 𝑩𝒉𝒂𝒃𝒂𝒏𝒂𝒏𝒅𝒂 𝑩𝒐𝒓𝒐 𝑷𝒂𝒕𝒉, 𝑮𝒂𝒓𝒄𝒉𝒖𝒌 (𝑵𝒆𝒂𝒓 𝑰𝑺𝑩𝑻), 𝑮𝒖𝒘𝒂𝒉𝒂𝒕𝒊

Practice time Twisting body balance
11/07/2026

Practice time
Twisting body balance

যোৱা ০২.০৭.২০২৬ তাৰিখৰ পৰা ০৬.০৭.২০২৬ তাৰিখলৈ ওমকাৰ যোগ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা যোগাসন আৰু প্ৰাণায়াম কৰ্মশালা...
11/07/2026

যোৱা ০২.০৭.২০২৬ তাৰিখৰ পৰা ০৬.০৭.২০২৬ তাৰিখলৈ ওমকাৰ যোগ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা যোগাসন আৰু প্ৰাণায়াম কৰ্মশালাৰ অন্তিম দিনা বন্তি প্ৰজ্বলন লগতে অনুষ্ঠানৰ কাৰ্যসূচী সঞ্চালনা কৰে বিশিষ্ট সমাজকৰ্মী গৌতমানন্দ গোস্বামীদেৱে। বৃক্ষৰোপণ কৰে যোগ প্ৰশিক্ষক জয়ন্ত ডেকা দেৱে।উক্ত অনুষ্ঠানটিত যোগৰ লগত বহু বছৰৰ পৰা জড়িত হৈ থকা ব্যক্তি জিতু মহন্ত,দয়ানন্দ শইকীয়া,সুনীল গোস্বামী উপস্থিত থাকে লগতে হাজৰিকাপাৰা সাহিত্য সভাৰ সম্পাদক মুকেশ ডেকা, দেবানন্দ সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন ডেকাদেৱ উপস্থিত থাকে।উপস্থিত সকলোৱেই যোগ সম্পৰ্কীয় সাৰুৱা বক্তব্য আগবঢ়ায়। কৰ্মশালাটিত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তাৰ মাজতেই ছাত্ৰী মীনাক্ষী গোস্বামী, পঙ্খী প্ৰিয়া শিৱম, সমৃদ্ধি হাজৰিকা আৰু ছাত্ৰ পাৰ্থিৱ শইকীয়া, অৰ্ভিল হাজৰিকাই কলাত্মক যোগ প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে।ওমকাৰ যোগ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী ময়ুৰাক্ষী ভট্টাচাৰ্যই সকলো অভিভাৱক উদ্দেশ্যি যোগ , প্ৰাণায়ামৰ বিষয়ে উৎসাহমূলক বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে কেন্দ্ৰৰ সভাপতি বিপুল গোস্বামীদেৱে যোগ কেন্দ্ৰৰ আৰম্ভণি আৰু বৰ্তমান অৱস্থা লগতে সকলোৰে জ্ঞাতাৰ্থে সহযোগ বিচাৰি ভবিৎস্যতেও উন্নত পদক্ষেপ হাতত ল'ব বুলি আশ্বাস দিয়ে।

অনুষ্ঠানটিৰ আহ্বায়ক লগতে কেন্দ্ৰৰ ছাত্ৰ Krishna Moni Deka , Rupjyoti Deka Dhiraj Deka Jyotiprasad Deka আৰু ধ্ৰুবজ্যোতি কলিতালৈ অশেষ ধন্যবাদ যাচিলোঁ।
জয়তু ওমকাৰ যোগ কেন্দ্ৰ

সফল সমাপ্তি ওঁমকাৰ যোগ কেন্দ্ৰ ৰ উদ্যোগ ত যোগ প্ৰাণায়াম কৰ্মশলাৰ ।।।।
07/07/2026

সফল সমাপ্তি ওঁমকাৰ যোগ কেন্দ্ৰ ৰ উদ্যোগ ত যোগ প্ৰাণায়াম কৰ্মশলাৰ ।।।।

Omkar Yoga Association
06/07/2026

Omkar Yoga Association

Workshop Day: 4
05/07/2026

Workshop Day: 4

Day -3
04/07/2026

Day -3

Day -02.Summer Yoga workshop..
03/07/2026

Day -02.
Summer Yoga workshop..

Day :-01
02/07/2026

Day :-01

Adresse

2nd Floor SBI, Sipajhar
Democratic Republic Of The
784145

Heures d'ouverture

Lundi 09:00 - 18:00
Mardi 09:00 - 18:00
Mercredi 09:00 - 18:00
Jeudi 09:00 - 19:00
Vendredi 09:00 - 18:00
Samedi 09:00 - 18:00
Dimanche 09:00 - 18:00

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Omkar Yoga Association publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Raccourcis

Partager