Advanced Ortho Care - Dr. Sourav Patowary

Advanced Ortho Care - Dr. Sourav Patowary Offers treatment for fracture, deformity, back pain, Neck pain, Spondylitis, Rheumatoid arthritis

৬২ বছৰ বয়সৰ মহিলা গৰাকী পৰাৰ পিছত হাতৰ কিলাকুটিৰ গাঁঠিটো ভাঙি যায় l এই ইনজুৰি তোৰ নাম হল "Terrible Triad" অৰ্থাৎ ভয়ানক...
26/04/2025

৬২ বছৰ বয়সৰ মহিলা গৰাকী পৰাৰ পিছত হাতৰ কিলাকুটিৰ গাঁঠিটো ভাঙি যায় l এই ইনজুৰি তোৰ নাম হল "Terrible Triad" অৰ্থাৎ ভয়ানক ত্ৰয়ী, কাৰণ এইটো চিকিত্সা কৰা অতি জটিল l তেখেতৰ অপাৰেচন কৰা হয় ( Coronoid fixation with suture, radial head replacement & soft tissue repair) আৰু কিলাকুটিৰ গাঁঠিটো পুনৰ সঞ্চয় কৰা হয়

21/04/2025

৬৭ বছৰ বয়সৰ মানুহ জনৰ দুৰ্ঘটনাত বাওঁ আঠুত এটা বিশেষ ফ্ৰেক্সাৰ হয় (যত ভঙাৰ লগত গাঁঠিৰ ফালৰ হাড়ৰ পৃষ্ঠত গাঁত হৈ পৰে) l এনে ধৰণৰ ফ্ৰেক্সাৰৰ চিকিত্সা সাধাৰণতে জটিলতাৰ লগত জড়িত থাকে l
তেখেতৰ অপাৰেচন কৰা হয় (Titanium Buttress plate & screw fixation) আৰু চাৰি মাহৰ অন্তত তেখেতে খোজ কাঢ়িব পৰা হয় l

৬ বছৰ বয়সৰ লৰা জনৰ পৰাৰ পিছত বাওঁ হাতৰ কিলাকুটি গাঁঠিটো ভাঙি যায় l তেওঁৰ হাতৰ অপাৰেচন কৰা হয় আৰু  চিকিৎসাৰ দুমাহ পিছত ...
19/04/2025

৬ বছৰ বয়সৰ লৰা জনৰ পৰাৰ পিছত বাওঁ হাতৰ কিলাকুটি গাঁঠিটো ভাঙি যায় l তেওঁৰ হাতৰ অপাৰেচন কৰা হয় আৰু চিকিৎসাৰ দুমাহ পিছত হাত খন ভাল হয় l

Address

North Guwahati
Amingaon
781031

Telephone

+919678711665

Website

Alerts

Be the first to know and let us send you an email when Advanced Ortho Care - Dr. Sourav Patowary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category