DDS LIVE 40

DDS LIVE 40 Dist-Barpeta ( Assam)
Pin-781309

28/05/2026

তেধাৰা গাও পাথাৰ হাচেন আলী ঈদগাহ ময়দানত ঈদ-উল আজহাৰ সমূহীয়া নামাজ ুবিন

28/05/2026

দংৰা বজাৰত ষ্টিল ফেব্ৰিকেশ্যনৰ প্ৰতিষ্ঠান মুকলি #নিউজ ুবিন

25/05/2026

ডা: আব্দুল কাদেৰ ডাঙৰীয়াৰ ৰচিত কবিতা "শুনিবানে তুমি" #কবিতা ুবিন

22/05/2026

কৃষক সকললৈ প্ৰশাসনৰ বিশেষ আহ্বান ুবিন

20/05/2026

Inauguration Raise Plateform in the bank of Brahmaputra,Chenga LAC ুবিন

20/05/2026

হাবিদংৰা চৰত MPLAD 2024-2025 Construction of Raised platform ৰ শুভ উদ্ধোধনী অনুষ্ঠান ঃ ুবিন

15/05/2026

কৰ্কট ৰোগ প্ৰতিৰোধৰ বৃহৎ অভিযান ুবিন

ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন, এটি বিশেষ ঘোষণা ১৭৬৯ নং যাদৱপুৰ মধ্য পাৰা L P স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক আলিয়াৰ...
07/05/2026

ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন, এটি বিশেষ ঘোষণা ১৭৬৯ নং যাদৱপুৰ মধ্য পাৰা L P স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক আলিয়াৰ হুছেইন (আলি) ছাৰ আমাৰ মাজত আৰু নাই, তেখেতৰ জানাজাৰ নামাজ আজি পুৱা ৮ বজাত পালহাজী (ৰকাপাৰা)কৱৰস্হানত অনুষ্ঠিত কৰা হ'ব। উক্ত জানাজাৰ নামাজত অংশগ্ৰহণ কৰিব বুলি আহ্বান জনোৱা হ'ল।

বিজয়গুপ্তা মোৰ জেগাত অসমীয়া মানুহ।বিজয়গুপ্তা যদি বিহাৰী হয় তেন্তে আমি বোৰতো কেতিয়াবা কনৌজৰ পৰা আহিছোঁ আকৌ অসমৰ বহুত...
05/05/2026

বিজয়গুপ্তা মোৰ জেগাত অসমীয়া মানুহ।
বিজয়গুপ্তা যদি বিহাৰী হয় তেন্তে আমি বোৰতো কেতিয়াবা কনৌজৰ পৰা আহিছোঁ আকৌ অসমৰ বহুত মানুহ সীমান্তৰ সিপাৰৰ পৰা আহিছে মংগোলীয় সকল এটা জেগাৰ পৰা আহিছিল, আৰ্য সকল এটা ঠাইৰ পৰা আহিছিল তেনেকৈতো মানুহ আহে ।জ্যোতিপ্ৰসাদ আগৰৱালাকো মাৰোৱাৰী বুলি ক'ব লাগিব।

05/05/2026

মন্দিয়া সমষ্টিত TMC ৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে জয় লাভ কৰা সন্দৰ্ভত অসম প্রদেশ তৃণমূল কংগ্ৰেছ ছাত্র পৰিষদ ৰাজ্যিক সভাপতি তথা গুৱাহাটী উচ্চন্যায়ালয়ৰ সুদক্ষ অধিবক্তা আবুল কালাম আজাদৰ মন্তব্য ঃ

Address

Barpeta
781309

Alerts

Be the first to know and let us send you an email when DDS LIVE 40 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to DDS LIVE 40:

Share