Arogya Hospital & Research Centre, Barpeta

Arogya Hospital & Research Centre, Barpeta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Arogya Hospital & Research Centre, Barpeta, Medical and health, Uttar Barpeta, Dangarkuchi, Pin-, Barpeta.

আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ অফিচিয়েল ফেচবুক পেজলৈ আপোনাক স্বাগতম
আমি এক বহুমুখী চিকিৎসা সেৱা প্ৰতিষ্ঠান । আমাৰ লক্ষ্য হ’ল আপোনালোকলৈ উন্নতমানৰ চিকিৎসা, আধুনিক গৱেষণা আৰু সপ্ৰেম শুশ্ৰূষা আগবঢ়োৱা

Consult Dr. NILANJAN CHOWDHURY for expert Obstetrics and Gynaecology care at Arogya Hospital & Research Centre, Barpeta ...
30/08/2026

Consult Dr. NILANJAN CHOWDHURY
for expert Obstetrics and Gynaecology care at Arogya Hospital & Research Centre, Barpeta .
He is available every day after 4:00 PM.
📞 Contact us today: 8473968233





🌸 স্বাস্থ্যৱান মাতৃ, হাঁহিমুখী সন্তান! 🌸মহিলাৰ স্বাস্থ্য আৰু গৰ্ভকালীন বিশেষ যত্নৰ বাবে এতিয়া আপোনাৰ নিজৰ চহৰতে পাৱ বিশ...
25/08/2026

🌸 স্বাস্থ্যৱান মাতৃ, হাঁহিমুখী সন্তান! 🌸
মহিলাৰ স্বাস্থ্য আৰু গৰ্ভকালীন বিশেষ যত্নৰ বাবে এতিয়া আপোনাৰ নিজৰ চহৰতে পাৱ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ
Dr. Bhanita Talukdar (MBBS, MS - Obs & Gynaecology)।
🏥 আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ, বৰপেটা
⏰ প্ৰতিদিনে আবেলি ৪:০০ বজাৰ পৰা
📲 নাম পঞ্জীয়ন কৰিবলৈ এতিয়াই কল কৰক: 8473968233
📍 স্থান: উত্তৰ বৰপেটা, দঙৰকুছি, বৰপেটা, অসম (PIN: ৭৮১৩১৪)
a

Arogya Hospital & Research Centre, Barpeta

✨ স্বাস্থ্য সজাগতা আৰু উন্নত চিকিৎসাৰ এটি নিৰ্ভৰযোগ্য নাম — আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰ, বৰপেটা ✨আপোনাৰ অথবা আপ...
21/08/2026

✨ স্বাস্থ্য সজাগতা আৰু উন্নত চিকিৎসাৰ এটি নিৰ্ভৰযোগ্য নাম — আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্ছ চেন্টাৰ, বৰপেটা ✨
আপোনাৰ অথবা আপোনাৰ পৰিয়ালৰ পেটৰ জটিল ৰোগ বা অন্যান্য শল্য চিকিৎসা (Surgery) ৰ বাবে এতিয়া চিন্তাৰ প্ৰয়োজন নাই! আমাৰ হস্পিটেলত নিয়মিতভাৱে সেৱা আগবঢ়াই আছে অভিজ্ঞ চাৰ্জন Dr. Moinul Hoque Chowdhury (MBBS, MS General & Laparoscopic Surgeon)।
🗓️ দৈনিক আবেলি ০৪:০০ বজাৰ পৰা।
📍 স্থান: উত্তৰ বৰপেটা, দঙৰকুছি, বৰপেটা, অসম, পিন: ৭৮১৩১৪
📲 পৰামৰ্শ বা নাম পঞ্জীয়ন (Appointment) ৰ বাবে যোগাযোগ কৰক:
📞 8473968233
আপোনাৰ সু-স্বাস্থ্যই আমাৰ প্ৰথম অগ্ৰাধিকাৰ! 💐

Arogya Hospital & Research Centre, Barpeta

বৰপেটাৰ আৰোগ্য হস্পিতাল এণ্ড ৰিচাৰ্চ চেন্টাৰত (Arogya Hospital & Research Centre) আমি ৰোগীসকলক সৰ্বোত্তম স্বাস্থ্যসেৱা প...
19/08/2026

বৰপেটাৰ আৰোগ্য হস্পিতাল এণ্ড ৰিচাৰ্চ চেন্টাৰত (Arogya Hospital & Research Centre) আমি ৰোগীসকলক সৰ্বোত্তম স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সদায় বদ্ধপৰিকৰ। আমাৰ অভিজ্ঞ নেফ্ৰ'লজিষ্ট ডাঃ তৌহিদুল আলম চৌধুৰীৰ তত্বাৱধানত ৰোগীসকলক সু-চিকিৎসা প্ৰদান কৰি থকাৰ কিছু মুহূৰ্ত আপোনালোকৰ সৈতে ভাগ বতৰা কৰিলোঁ।
​আমাৰ চিকিৎসালয়ৰ সুশৃংখল পৰিৱেশ আৰু আপোনালোকৰ নিৰন্তৰ বিশ্বাসৰ বাবে আমি অশেষ কৃতজ্ঞ। কিডনী বা বৃক্ক সম্পৰ্কীয় যিকোনো সমস্যাৰ সঠিক পৰামৰ্শৰ বাবে প্ৰতিমাহৰ তৃতীয় ৰবিবাৰে আমাৰ চিকিৎসালয়ত যোগাযোগ কৰক।
​ Arogya Hospital & Research Centre, Barpeta

16/08/2026

বৰপেটা আৰু কাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে এক সু-খবৰ! কিডনিজনিত সমস্যা বা স্বাস্থ্যজনিত পৰামৰ্শৰ বাবে এতিয়া আৰু দূৰলৈ যাব নালাগে। সৰু সৰু লক্ষণবোৰেই হ’ব পাৰে ডাঙৰ কিডনি সমস্যাৰ কাৰণ! যদি আপোনাৰ চকুৰ তলত বা হাত-ভৰি ফুলা, ককালৰ বিষ, বা অতিৰিক্ত ভাগৰ লগাৰ দৰে সমস্যা হৈছে, তেন্তে ইয়াক অৱহেলা নকৰিব। বি.এইচ.ইউ. (BHU) ৰ প্ৰখ্যাত কিডনি ৰোগ বিশেষজ্ঞ (Kidney Specialist)
Dr. Tauhidul Alam Choudhury
MD (Medicine), DM (Nephrology -BHU)

📅 তাৰিখ: ১৬/০৮/২০২৬ (দেওবাৰ)
⏰ সময়: ৰাতিপুৱা ১০:০০ বজাৰ পৰা
📍 স্থান: উত্তৰ বৰপেটা, দঙৰকুছি, বৰপেটা (পিন-৭৮১৩১৪)
📞 যোগাযোগ আৰু নাম পঞ্জীয়নৰ বাবে কল কৰক: 8473968233

#অসম #বৰপেটা #স্বাস্থ্যসম্পৰ্কীয় #কিডনিৰোগ #ডাক্তৰপৰামৰ্শ #স্বাস্থ্যঅসম #কিডনিস্বাস্থ্য

আৰোগ্য হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ, বৰপেটাৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ...
15/08/2026

আৰোগ্য হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰ, বৰপেটাৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এখন সুস্থ আৰু সবল ভাৰতবৰ্ষ গঢ়াৰ স্বাৰ্থত নিৰন্তৰ স্বাস্থ্য সেৱা আগবঢ়াবলৈ আমি সদায় সংকল্পবদ্ধ। আজিৰ এই পৱিত্ৰ দিনটোত আমাৰ চিকিৎসালয় প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়।
জয় হিন্দ! জয় ভাৰত! 🇮🇳

Arogya Hospital & Research Centre, Barpeta

উচ্চ গুণমানৰ স্বাস্থ্যসেৱা আৰু নিৰ্ভৰযোগ্য চিকিৎসাৰে ৰোগীক আৰোগ্য কৰি তোলাটোৱেই আমাৰ প্ৰধান লক্ষ্য। 🏥✨বৰপেটাৰ আৰোগ্য হস্...
14/08/2026

উচ্চ গুণমানৰ স্বাস্থ্যসেৱা আৰু নিৰ্ভৰযোগ্য চিকিৎসাৰে ৰোগীক আৰোগ্য কৰি তোলাটোৱেই আমাৰ প্ৰধান লক্ষ্য। 🏥✨
বৰপেটাৰ আৰোগ্য হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত অভিজ্ঞ জেনেৰেল তথা Laparoscopic চাৰ্জন Dr. Sejaul Karim (MBBS, MS)-ৰ দক্ষ তত্ত্বাৱধানত আধুনিক পদ্ধতিৰে জটিল অস্ত্ৰোপচাৰসমূহ অতি সুৰক্ষিতভাৱে সম্পন্ন কৰা হয়।
🩺 আমাৰ ইয়াত উপলব্ধ কিছু বিশেষ চিকিৎসাসমূহ:
• Gallbladder Stone
পিত্তথলীত পাথৰ
• Appendix Surgery
এপেণ্ডিক্স অপাৰেচন
• Hernia
হার্নিয়া
• Kidney Stone
কিডনীত পাথৰ
• Piles-Fistula
পাইলস- ফিস্টুলা
• Tumor
টিউমাৰ
• Pancreatitis
পেনক্রিয়াটাইটিছ

আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পলম নকৰি আজিয়েই অভিজ্ঞ চিকিৎসকৰ দিহা-পৰামৰ্শ লওক।
📞 অধিক জানিবলৈ যোগাযোগ কৰক: +91 8473968233
📍 স্থান: উত্তৰ বৰপেটা, দণ্ডৰকুছি, বৰপেটা, অসম, পিন:-৭৮১৩১৪

বৰপেটাৰ ৰাইজৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'আৰোগ্য হস্পিতাল আৰু ৰিচাৰ্ছ চেণ্টাৰ'ৰ এক বিশেষ পদক্ষেপ! হাড়ৰ যিকোনো জটিল ...
08/08/2026

বৰপেটাৰ ৰাইজৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি 'আৰোগ্য হস্পিতাল আৰু ৰিচাৰ্ছ চেণ্টাৰ'ৰ এক বিশেষ পদক্ষেপ! হাড়ৰ যিকোনো জটিল সমস্যা বা অপাৰেচন নিৰ্ভৰযোগ্য চিকিৎসাৰ বাবে এতিয়া আমাৰ মাজত উপস্থিত আছে অভিজ্ঞ অৰ্থপেডিক চাৰ্জন
Dr. Shah Alam,
MBBS, D. Ortho (Orthopedic Surgeon)
আমাৰ অভিজ্ঞ চিকিৎসক আৰু নিষ্ঠাবান কৰ্মচাৰীসকল আপোনালোকৰ সেৱাত সদায় প্ৰস্তুত। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুস্থতাই আমাৰ একমাত্ৰ কাম্য।
🕒 চিকিৎসকৰ সময়: আবেলি ৩ বজাৰ পিছত
📞 যোগাযোগ: +91 8473968233
📍 স্থান: উত্তৰ বৰপেটা, দঙৰকুছি, বৰপেটা, অসম

Dr. Mahibul IslamHPB and GI SurgerySpecialist in:- GI Cancer Operation and Liver Surgery and Pancreatic Surgery যোগাযোগ ...
05/08/2026

Dr. Mahibul Islam
HPB and GI Surgery
Specialist in:- GI Cancer Operation and Liver Surgery and Pancreatic Surgery

যোগাযোগ কৰক +91 8473968233 নম্বৰত |
স্থানঃ উত্তৰ বৰপেটা, দঙৰকুছি, বৰপেটা, অসম, পিন:-৭৮১৩১৪
Arogya Hospital & Research Centre, Barpeta

Address

Uttar Barpeta, Dangarkuchi, Pin-
Barpeta
781314

Website

Alerts

Be the first to know and let us send you an email when Arogya Hospital & Research Centre, Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share