08/09/2026
📌বেচিমাৰী বাসী ৰাইজৰ বাবে ভাল খবৰ।
📌 আপুনি দীৰ্ঘদিন পৰা ডাইবেটিছ ৰ সমস্যা ত ভুগি আছে নেকি।
📌 থাইৰয়ড বা স্নায়ুৰ সমস্যা ভুগি আছে নেকি আপুনি।
📌 এতিয়া আৰু চিন্তা কোনো কাৰণ নাই।
📌১২ তাৰিখে ছাহাৰা মেডিকেল ত লগ পাব Dr.Debashis paul ক।
📌 তেখেতৰ সহায়ত আপুনি কিডনী ৰ লগতে লগতে ডাইবেটিছ জনিত পৰীক্ষা সমূহ একেবাৰে বিনামূলীয়া কৈ কৰিব পাৰিব।
📌 ইয়াৰ উপৰিও তেখেতে আগবঢ়োৱাব আধুনিক প্ৰযুক্তিৰ উন্নত মানৰ চিকিৎসা সেৱা।
📌 যেনে:-ডাইবেটিছ, থাইৰয়ড, ডাইবেটিছ ৰ ফলত হোৱা কিডনী ৰ সমস্যা, ডাইবেটিছ ৰ সৈতে জড়িত স্নায়ু ৰ সমস্যা,
📌যদি আপুনি এইসমূহ বেমাৰত ভুগি আছে তেন্তে আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ ছিট বুকিং কৰক।
📌 যোগাযোগ নম্বৰ:9101394304
📌 যোগাযোগ ৰ ঠিকনা ছাহাৰা মেডিকেল বেচিমাৰী দৰং (অসম)
📌ৰোগী চোৱাৰ সময় ১২ ছেপ্টেম্বৰ পুৱা ১০ বজাৰ পৰা।