Mirza Medihub

Mirza Medihub We provides super speciality consultation with more than 100 leading consultants cutting across all

17/08/2026

Consult With Dr. Abhishek Agarwal (Pulmonologist) at Mirza Medihub, Gauripur On 23 August, 2026:, Sunday,

➡️DATE: , 23 August, 2026, SUNDAY,
➡️PLACE: MIRZA MEDIHUB, GAURIPUR, GTB ROAD GAURIPUR,NEAR GAURIPUR NURSING HOME.
➡️BOOK YOUR APPOINTMENT @ 7896014995/9387411095

09/08/2026

অহা 16 August 2026 (Sunday) আহি আছে কিডনী ৰোগ বিশেষজ্ঞ Nephrologist
Dr.Moinul Islam
MBBS, MD, DM(Nephrology)

আপুনি যদি
✅Diabetic Kidney Disease
✅Resistant Hypertension.
✅ Hemodialysis.
✅Nephrotic Syndrome.
✅ প্ৰসাৱ জ্বলা পোৰা কৰা ।
✅Kidney transplant.
✅ প্ৰসৱৰ ৰং লাল হৈ যোৱা।
✅ হাত ভৰি ফুলি যোৱা ।
✅হাত ভৰিত পানী লগা।
ইত্যাদি বেমাৰত ভুগি আছে নেকি ।
গুৱাহাটী পৰা প্ৰতি মাহত এবাৰকৈ গৌৰীপুৰলৈ আহি আছে কিডনী ৰোগ বিশেষজ্ঞ

যোগাযোগ ঠিকনা
MIRZA MEDIHUB
Gauripur W/No -12. ( Near Gauripur Nursing Home)
যোগাযোগৰ মোবাইল নম্বৰ- 7896014995/9387511095

07/08/2026

গুৱাহাটী মেডিকেল কলেজৰ পৰা 13 August (Thursday) আহি আছে ডায়েবেটিচ আৰু থাইৰইড ছুপাৰ স্পেছিয়ালিষ্ট ( DIABETES AND THYROID SUPER SPECIALIST)

DR. DWAIPAYAN DEV
MD, DM (Endocrinology), Gold Medalist 🥇
------------------------------------------------------------------ Diabetes & Metabolism,
Assistant professor, Dept. Of Endocrinology,
Guwahati Medical College & Hospital.


আপুনি যদি
✓ ডায়েবেটিচ আৰু থাইৰইড ৰ বিভিন্ন সমস্যা।
✓ মেদবহুলতা ( obesity)
✓ বয়স অনুপাতে শিশুৰ অত্যাধুনিক ওজন বৰা।
✓ অতিপাত ক্ষীণ বা শাৰীৰিক ও মানসিক বৃদ্ধি কম হোৱা ,
✓ যৌন শিতিলতা ।
✓ অনিয়মীয়া মাহেকীয়া ।
✓ ওজন কমি যোৱা ।
✓ মুখ - জিভা শুকাই যোৱা । ইত্যাদি বেমাৰৰ অতিশয় সুফল চিকিৎসা পাব।

📍যোগাযোগৰ ঠিকনা
MIRZA MEDIHUB
Gauripur, (Near Gauripur Nursing Home)
Call: 7896014995/9387411095

27/07/2026

অহা 02 August 2026 (Sunday) গুৱাহাটী মেট্ৰো হস্পিটেলৰ পৰা মিৰ্জা মেডিহাব গৌৰীপুৰলৈ আহি আছে
মুত্ৰ ৰোগ বিশেষজ্ঞ (Urologist)

🩺Dr.Debango Sharma
MBBS,MS (GMCH)
MCh Urology

✅কি কি চিকিৎসা কৰিব পাৰিব
✅কিডনী পাথৰ (kidney stone).
✅পুৰুষৰ গ্ৰন্থি বঢ়া ।
✅প্ৰসাৱ জ্বলা পুৰা কৰা ।
✅প্ৰসৱৰ লগত তেজ ওলোৱা।
✅ঘনে ঘনে প্ৰসাৱ লগা।
✅প্ৰসাৱ ধৰি ৰাখিব নোৱাৰা ।
✅মূত্ৰষয়ত infaction হোৱা ।
✅মুত্ৰষয়ত হোৱা যিকোনো বেমাৰ ।
✅পুৰুষ আৰু মহিলাৰ যৌন সমস্যা ।
ইত্যাদি বেমাৰৰ চিকিৎসা পাব ।

📍যোগাযোগৰ ঠিকনা:
MIRZA MEDIHUB G.T.B. Road, Gauripur.W/No-12, (Near Gauripur Nursing Home)
Call: 7896014995/9387411095

27/07/2026

কোচবিহাৰ সুভম হস্পিটেলৰ পৰা অহা 02 August 2026 (ৰবিবাৰ) আহি আছে
স্নায়ু মগূজু আৰু ৰাজহাৰ ৰোগ বিশেষজ্ঞ ( neuro surgeon)

DR. SUMEN KANTI KUMAR
MBBS,MS ( GEN. SURGERY), M.Ch( Neuro Surgery) , Chief consultant. Subham Hospital, Coach Behar.

✅যিকোনো নাৰ্ভৰ বিষ, ✅হাত ভৰি জিম জিম কৰা , ✅হাত ভৰি টানি ধৰা , ✅প্ৰচণ্ড মুৰৰ বিষ, ✅মৃগী বেমাৰ ✅ৰাজ হাৰৰ বিষ ✅ হাত ভৰিৰ তলোঁয়া জ্বলা পোৰা কৰা ✅ হাত ভৰি গৰম হৈ যোৱা ✅ Spine surgery ✅Brain tumor surgery ✅ sleep Disk ✅ ডিঙিৰ বিষ ✅ peralysis ✅ Blood pressure strock
ইত্যাদি বেমাৰৰ চিকিৎসা পাব ।

যোগাযোগৰ ঠিকনা
MIRZA MEDIHUB
Gauripur ( Near nursing Home)
✅ 7896014995/9387411095


27/07/2026

Consult With Dr. Sankalan Saha (Cardiologist) at Mirza Medihub, Gauripur On 01 August 2026 , Saturday.

⏰DATE: 01 August 2026, Saturday.
📍PLACE: MIRZA MEDIHUB, GAURIPUR, GTB ROAD GAURIPUR,NEAR GAURIPUR NURSING HOME.
📞BOOK YOUR APPOINTMENT @ 7896014995/9387411095

20/07/2026

Consult With Dr. Abhishek Agarwal (Pulmonologist) at Mirza Medihub, Gauripur On 26 July, 2026:, Sunday,

➡️DATE: , 26 July, 2026, SUNDAY,
➡️PLACE: MIRZA MEDIHUB, GAURIPUR, GTB ROAD GAURIPUR,NEAR GAURIPUR NURSING HOME.
➡️BOOK YOUR APPOINTMENT @ 7896014995/9387411095

13/07/2026

অহা 19 June 2026 (Sunday) আহি আছে গুৱাহাটী Critical Care হস্পিটেলৰ প্ৰসিদ্ধ Gastro-Enterologist and Hepatology

👨‍⚕️DR. AMITAVA GOSWAMI MD (Medicine)
DM (Gastroenterologist), FISG, FSGEI
Consultant Gastroenterologist and Hepatology, Critical Care Hospital Guwahati.

আপুনি বাৰু গেছট্ৰিক, গেছট্ৰিক আলছাৰ,
বুকু জ্বলা পোৰা কৰা ,
ফেঁটী লিভাৰ,
লিভাৰ ত পানী লগা
বদ হজম,
তল পেটৰ বিষ ,
পেপটিক আলচাৰ,
মল ত্যাগ কৰতে তেজ যোৱা , লিভাৰ চিৰসিছ,
জণ্ডিছ , ইত্যাদি বেমাৰত ভুগি আছে নেকি ।
তেনেহলে চিন্তাৰ কাৰণ নাই এই সকলোবোৰ সমস্যাৰ সমাধান দিব
গুৱাহাটী Critical Care হস্পিটেল ৰ প্ৰসিদ্ধ Gastro-enterologist
🩺DR. AMITAVA GOSWAMI MD (Medicine)
DM (Gastroenterologist), FISG, FSGEI
Consultant Gastroenterologist and Hepatology, Critical Care Hospital Guwahati.

📍যোগাযোগ ঠিকনা :-
MIRZA MEDIHUB
G.T.B Road , Gauripur. W/No.12, (Near Gauripur Nursing Home)

যোগাযোগৰ মোবাইল নম্বৰ 📲
7896014995/9387411095

13/07/2026

অহা 19 July 2026 (Sunday) আহি আছে কিডনী ৰোগ বিশেষজ্ঞ Nephrologist
Dr.Moinul Islam
MBBS, MD, DM(Nephrology)

আপুনি যদি
✅Diabetic Kidney Disease
✅Resistant Hypertension.
✅ Hemodialysis.
✅Nephrotic Syndrome.
✅ প্ৰসাৱ জ্বলা পোৰা কৰা ।
✅Kidney transplant.
✅ প্ৰসৱৰ ৰং লাল হৈ যোৱা।
✅ হাত ভৰি ফুলি যোৱা ।
✅হাত ভৰিত পানী লগা।
ইত্যাদি বেমাৰত ভুগি আছে নেকি ।
গুৱাহাটী পৰা প্ৰতি মাহত এবাৰকৈ গৌৰীপুৰলৈ আহি আছে কিডনী ৰোগ বিশেষজ্ঞ

যোগাযোগ ঠিকনা
MIRZA MEDIHUB
Gauripur W/No -12. ( Near Gauripur Nursing Home)
যোগাযোগৰ মোবাইল নম্বৰ- 7896014995/9387511095

Address

Gauripur
Dhubri
783331

Alerts

Be the first to know and let us send you an email when Mirza Medihub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Mirza Medihub:

Shortcuts

Share

Category