Unique Physiotherapy Centre

Unique Physiotherapy Centre It offers physiotherapy And Reflexology treatments

30/06/2026

Joint Pain-ত ভুগিছে নেকি?
আজিয়েই যোগাযোগ কৰক।
Prodip Bhowmik
Physiotherapy Practitioner & Reflexology Consultant
🏠 Home Visit Facility Available
📞 9957202276
Physiotherapy + Reflexology Combo Session
(Standard Level)
✔️ আৰামদায়ক সেৱা
✔️ ব্যক্তিগত যত্ন
✔️ সুবিধাজনক Home Visit
# Physiotherapy আৰু Reflexology-ৰ উদ্দেশ্য হৈছে বিষ নিয়ন্ত্ৰণ, চলাচল ক্ষমতা উন্নত কৰা আৰু পুনৰ্বাসনত সহায় কৰা ।

05/06/2026
কান্ধৰ বিষৰ কাৰণ (Shoulder Pain Causes)সাধাৰণ কাৰণসমূহ🔹 Frozen Shoulder (আঠালো কান্ধ)কান্ধ শক্ত হৈ যায়, হাত ওপৰলৈ উঠাবলৈ...
18/05/2026

কান্ধৰ বিষৰ কাৰণ (Shoulder Pain Causes)
সাধাৰণ কাৰণসমূহ
🔹 Frozen Shoulder (আঠালো কান্ধ)
কান্ধ শক্ত হৈ যায়, হাত ওপৰলৈ উঠাবলৈ কষ্ট হয়।
🔹 Muscle Strain (মাংসপেশীৰ টান)
বেছি কাম, ভুল exercise বা heavy weight উঠোৱাৰ ফলত হয়।
🔹 Rotator Cuff Injury
কান্ধৰ tendon বা muscle ক্ষতি পালে বিষ আৰু দুর্বলতা হয়।
🔹 Cervical Spondylosis
ডিঙিৰ সমস্যাৰ বাবে কান্ধলৈ বিষ নামি আহিব পাৰে।
🔹 Arthritis (গাঁঠিৰ ক্ষয়)
বয়স বৃদ্ধি বা joint damage ৰ বাবে কান্ধত ব্যথা হয়।
🔹 Poor Posture (ভুল body posture)
দীৰ্ঘ সময় মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰিলে কান্ধত টান আৰু বিষ হয়।
🔹 Nerve Compression
স্নায়ুত চাপ পৰিলে কান্ধ আৰু হাতত ঝিনঝিন বা বিষ অনুভৱ হয়।
🔹 Calcium Deposit / Tendinitis
Tendon ত calcium জমা হ’লে কান্ধ নড়াচড়া কৰাত ব্যথা হয়।
লক্ষণসমূহ
✔️ হাত উঠাব নোৱাৰা
✔️ ৰাতি বেছি বিষ
✔️ কাপোৰ পিন্ধিবলৈ কষ্ট
✔️ কান্ধ stiff হোৱা
✔️ হাত দুর্বল লাগা
Physiotherapy ত কি লাভ হয়?
✅ Pain relief
✅ Joint mobility বৃদ্ধি
✅ Muscle strengthening
✅ Posture correction
✅ Frozen shoulder rehabilitation
Contact
Mr Prodip Bhowmik
Physiotherapyist and Reflexologist
🏠 Home visit facility available
📞 9957202276

14/05/2026

Physiotherapy-------
Reflexology •....
এই সকলো therapy ৰ মূল উদ্দেশ্য হৈছে শৰীৰৰ স্বাভাৱিক কার্যক্ষমতা উন্নত কৰা আৰু ধীরে ধীরে সুস্থ জীৱনলৈ ঘূৰাই অনা।
কোনো therapy ই তৎক্ষণাত “চমৎকাৰ” নেদেখুৱায়।
নিয়মীয়া therapy, সঠিক exercise, ধৈৰ্য্য আৰু সময়ৰ সহায়ত ধীরে ধীরে উন্নতি অনুভৱ কৰিব পাৰি।
বিশেষকৈ — ✔ Cervical Pain
✔ Low Back Pain
✔ Sciatica
✔ Joint Stiffness
✔ Muscle Weakness
✔ Stroke / Paralysis Rehabilitation
✔ Ortho & Neuro Problems
ইত্যাদি সমস্যাত নিয়মীয়া care আৰু rehabilitation অত্যন্ত প্ৰয়োজনীয়।
বেমাৰ যিমান পুৰণি হব, recovery process ও সাধাৰণতে সিমানেই সময় ল’ব পাৰে।
সেইবাবে নিয়ম, consistency আৰু positive approach অত্যন্ত গুৰুত্বপূর্ণ।
Mr. Prodip Bhowmik
Physiotherapist & Reflexologist
🏠 Home Visit Facility Available
📞 9957202276

Pain Relief vs Recovery – বাস্তৱ সত্যBack pain, neck pain বা যিকোনো musculoskeletal painতঅলপ দিনৰ ভিতৰতে pain relief পোৱ...
02/05/2026

Pain Relief vs Recovery – বাস্তৱ সত্য
Back pain, neck pain বা যিকোনো musculoskeletal painত
অলপ দিনৰ ভিতৰতে pain relief পোৱা সম্ভৱ।
কিন্তু—
👉 পূৰ্ণ recovery (normal position, posture, function)
👉 muscle balance আৰু stability পুনৰ লাভ কৰা
এইবোৰ তৎক্ষণাত নহয়।
👉 নিয়মিত exercise, physiotherapy আৰু lifestyle correction কৰিলে
সাধাৰণতে ১ বছৰ পৰা ৩ বছৰৰ ভিতৰত body normal alignmentলৈ উভতি অহাৰ সম্ভাৱনা থাকে।
⚠️ Pain কমিলেই treatment বন্ধ কৰিলে
problem পুনৰ ঘূৰি অহাৰ সম্ভাৱনা বেছি থাকে।

অভিজ্ঞাতাৰ ভিত্তিত post টো কৰিলোঁ
শুভ ৰাত্ৰি

24/11/2025

60 দিন physiotherapy treatment দিয়াৰ পাছত । Parampita bless him 🙏🏻

Address

Home Visit Service Available
Dhubri
783334

Website

Alerts

Be the first to know and let us send you an email when Unique Physiotherapy Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share