04/06/2026
ভাইটী মেঘালয় শ্বিলংৰ পৰা আহিছিল,নিজৰ ৰাজ্য হৈ বাহিৰা ৰাজ্যৰ লগত ফুট বল খেলত জঢ়িত, শ্বিলং কাৰণে বহুত সন্মান আনিলে।ভাইটী নিজৰ গোটেই শৰীৰৰ বিষত খেলত যোগদান কৰিব পৰা নাছিল।চাৰি দিন চিকিৎসা লোৱা পিছৰ সময়।
🙏🙏🙏অতি অনুৰোধ আপোনালোকলৈ,পেজটো(Follow) কৰি লৱ।গলধন,কঁকাল,পিঠি, মাইগ্ৰেইন,আঁঠু, বাহু বিষ আৰু ছিয়াতিকা নাৰ্ভৰ সমস্যাৰ চিকিৎসা বা চিকিৎসা জনিত ভিডিঅ সমূহৰ পাব বাবে)