Swastha Hospital Dibrugarh

Swastha Hospital Dibrugarh Care and Compassion are at the heart of our work. Upper Assam's trusted choice for your health. NABH Accredited To know more, visit our website or call us.
(1)

Swastha Hospital is a Multi-Speciality Hospital in Dibrugarh with state-of-the-art infrastructure and specialist team. Located at Graham Bazaar Tiniali, the Hospital is established with the aim of providing safe and quality care to patients of this region. With a team of specialists and 24x7 Critical Care Specialists and Resident Doctor Support, the Hospital houses one of the most modern and equip

ped Intensive Care Unit (ICU) in Upper Assam. With the assurance of high-quality treatment, commitment to safety and transparent communication, we are the safest choice for your loved ones when it comes to treatment and recovery. Our values are represented in our care and our success in our recoveries.

27/08/2026

ৰাখী মাথোঁ এডাল সূতা নহয়, ই জীৱন ৰক্ষাৰ এক পবিত্ৰ প্ৰতিশ্ৰুতি...
সাধাৰণতে ককায়েকে ভনীয়েকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু কেতিয়াবা, চিকিৎসালয়ৰ চাৰিবেৰৰ মাজত এনে কিছুমান মানুহ আমাৰ জীৱনলৈ আহে, যিয়ে আমাক মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই আনি আমাৰ আটাইতকৈ ডাঙৰ ৰক্ষক হৈ পৰে। এগৰাকী ৰোগী আৰু এগৰাকী স্বাস্থ্যকৰ্মীৰ মাজত গঢ় লৈ উঠা এই মৰম আৰু কৃতজ্ঞতাৰ বান্ধোন তেজৰ সম্পৰ্কতকৈ কোনো গুণে কম নহয়।
যিসকলে নিস্বাৰ্থভাৱে আমাক নতুন জীৱন দিয়ে, তেওঁলোকলৈ উচৰ্গিত আমাৰ এইবাৰৰ ৰাখীবন্ধন।
স্বস্থা হস্পিতাল, ডিব্ৰুগড়ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ৰাখীবন্ধনৰ আন্তৰিক শুভকামনা! আপোনাৰ স্বাস্থ্য আমাৰ প্ৰতিজ্ঞা।

📅 Book Your Appointment Today!

📍 SWASTHA HOSPITAL, A.T. Road, Graham Bazar, Tiniali, Dibrugarh
📞 Call Now: 069012 58075

25/08/2026

বুকুৰ বিষক সাধাৰণ বুলি ভাবিছিল... কিন্তু ধৰা পৰিল গুৰুতৰ Heart Blockage!

নাগালেণ্ডত থাকোঁতে খোজ কাঢ়িলেই ৰাজু বাৰ্লাৰ বুকুত তীব্ৰ বিষ আৰু চাপ অনুভৱ হৈছিল। অৱশেষত Dibrugarh-লৈ আহি Swastha Hospital -ত চিকিৎসা গ্ৰহণ কৰাৰ পিছত তেওঁৰ Heart Blockage ধৰা পৰে।

সময়মতে প্ৰয়োজনীয় পৰীক্ষা আৰু Angioplasty -ৰ পিছত তেওঁ সুস্থতাৰ পথলৈ উভতি আহে।

তেওঁৰ ভাষাত—
Dr. Reja Bora Sir-এ মোক এটা নতুন জীৱন দিলে।

ৰোগী আৰু তেওঁৰ পৰিয়ালৰ এই হৃদয়স্পৰ্শী অভিজ্ঞতা শুনক এই ভিডিঅ’ত।

Swastha Hospital, Dibrugarh
📞 For Consultation & Appointment: 069012 58075

Advanced Cardiac Care | Expert Treatment | Compassionate Care

24/08/2026

১০ দিন পুৰণি Grade 5 Splenic Injury , প্ৰচুৰ Internal Bleeding আৰু এক সংকটজনক অৱস্থাৰ সৈতে চলিছিল জীৱন-মৃত্যুৰ যুঁজ।

প্ৰায় ৪ ঘণ্টাৰ জটিল অস্ত্ৰোপচাৰ আৰু উন্নত চিকিৎসাৰ পিছত ৰোগীগৰাকী সুস্থ হৈ ৫ম দিনাই ডিচাৰ্জ লাভ কৰে।

সঠিক সময়ত চিকিৎসাই ৰক্ষা কৰিব পাৰে এক মূল্যৱান জীৱন।

📞 Call Now: 069012 58075
📍 Swastha Hospital, Dibrugarh

22/08/2026

২০২৩ চনত Gallstone ধৰা পৰাৰ পিছৰে পৰা বাৰে বাৰে হোৱা তীব্ৰ পেটৰ বিষ আৰু অস্বস্তিয়ে ৰোগীগৰাকীৰ দৈনন্দিন জীৱন কঠিন কৰি তুলিছিল।

এদিন Dr. Dhrubajit Gogoi -ৰ এটা ভিডিঅ’ দেখি আমাৰ সৈতে যোগাযোগ কৰে আৰু পিছদিনাই Dibrugarhলৈ আহি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে। অৱশেষত ৭ জুলাইত সফলতাৰে Gallstone Surgery সম্পন্ন হয়।

আজি সুস্থ হৈ উঠি ৰোগীগৰাকীয়ে Dr. Dhrubajit Gogoi আৰু Swastha Hospital-ৰ সমগ্ৰ টিমৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Receptionৰ পৰা আৰম্ভ কৰি চিকিৎসক আৰু প্ৰতিজন healthcare staffলৈকে সকলোৰে যত্ন, সহযোগিতা আৰু আন্তৰিকতাই তেওঁৰ চিকিৎসাৰ যাত্ৰাটো অধিক স্বস্তিদায়ক কৰি তুলিছিল।

আপোনাৰ সুস্থতাই আমাৰ আটাইতকৈ ডাঙৰ সন্তুষ্টি।

📞 CONTACT NOW: 069012 58075

22/08/2026

স্বাস্থ্যখণ্ডৰ ৫টা গুৰুত্বপূৰ্ণ শেহতীয়া আপডেট!

এই ভিডিঅ’টোত জানক—

৭০+ জ্যেষ্ঠ নাগৰিকৰ বাবে Ayushman Bharat ৰ সুবিধা
টিকাকৰণৰ ডিজিটেল ব্যৱস্থাৰ বাবে U-WIN Portal
Diabetes & High Blood Pressure সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য
মানসিক স্বাস্থ্য সহায়ৰ বাবে Tele-MANAS
কৰ্কট চিকিৎসাত ভাৰতৰ Indigenous CAR-T Cell Therapy

স্বাস্থ্য সম্পৰ্কীয় এনে গুৰুত্বপূৰ্ণ আপডেট জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক আৰু Swastha Hospital ক Follow/Subscribe কৰিবলৈ নাপাহৰিব।

📍 Graham Bazaar Tiniali, Dibrugarh
📞 Appointment: +91 60005-30755

আপোনাৰ স্বাস্থ্য, আমাৰ প্ৰতিশ্ৰুতি।

19/08/2026

মৃত্যুৰ দুৱাৰদলিৰ পৰা নতুন জীৱনলৈ!

এটা সংকটজনক মুহূৰ্ত, প্ৰচুৰ ৰক্তক্ষৰণ আৰু জীৱন-মৃত্যুৰ যুঁজ। সঠিক সময়ত চিকিৎসা আৰু দক্ষ চিকিৎসকৰ তৎপৰতাই কিদৰে এটা জীৱন ৰক্ষা কৰিব পাৰে—এই ভিডিঅ’ত জানক সেই বাস্তৱ অভিজ্ঞতা।

জীৱন ৰক্ষাৰ প্ৰতিটো মুহূৰ্তই গুৰুত্বপূৰ্ণ।

📞Call Now: 069012 58075

📍 Swastha Hospital, Dibrugarh

স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা!
15/08/2026

স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা!

14/08/2026

যন্ত্ৰণাৰ পৰা মুক্তিলৈ: সংগীতাৰ প্ৰেৰণাদায়ক আৰোগ্যৰ যাত্ৰা
Gallstone অসহ্য বিষৰ সৈতে যুঁজি থকাৰ উপৰিও, ঔষধৰ জটিল এলাৰ্জীৰ বাবে সংগীতা চাংমাইৰ বাবে অস্ত্ৰোপচাৰ প্ৰায় অসম্ভৱ হৈ পৰিছিল।
যেতিয়া সাধাৰণ চিকিৎসা ব্যৱস্থা বিপদশংকুল যেন হৈছিল, তেতিয়া তেওঁ বিশ্বাস ৰাখিছিল Swastha Hospital , ড° ধ্ৰুৱজিৎ গগৈ আৰু ড° সৰৱেজ সিং ডাঙৰীয়াৰ ওপৰত। ২৪ ঘণ্টাৰ ধাৰাবাহিক নিৰীক্ষণ, নিখুঁত এলাৰ্জী পৰীক্ষা আৰু বিশেষজ্ঞ চিকিৎসকৰ সফল অস্ত্ৰোপচাৰেৰে তেওঁৰ চিকিৎসা প্ৰক্ৰিয়া সুকলমে সম্পন্ন হ’ল!
"তেওঁলোকে মোক নিজৰ পৰিয়ালৰ দৰে আপোচ কৰিলে— হাস্পতালত থকা যেন অনুভৱেই নহ’ল।" — সংগীতা
স্বস্থা হস্পিটেল, প্ৰতিটো জটিল সমস্যাৰেই আছে স্নেহপূৰ্ণ আৰু বিশেষজ্ঞ চিকিৎসা।
স্বস্থা হস্পিটেল, ডিব্ৰুগড়
বিশেষজ্ঞ স্বাস্থ্যসেৱাৰ বাবে আজিই যোগাযোগ কৰক।

📞 069012 58075
📍 Graham Bazar, Tiniali, Dibrugarh, Assam

WE ARE HIRING! | Swastha HospitalSwastha Hospital is looking for passionate and dedicated professionals to join our team...
14/08/2026

WE ARE HIRING! | Swastha Hospital

Swastha Hospital is looking for passionate and dedicated professionals to join our team!

Project Lead – ₹20,000–₹30,000/month
Staff Nurse – ₹10,000–₹20,000/month
Front Desk Associate – ₹13,000–₹15,000/month

Send your CV to: [[email protected]]
WhatsApp: 8638593574

Join Swastha Hospital. Grow with us. Make a difference.

📍 Graham Bazaar Tiniali, Dibrugarh

Address

A. T. Road, Graham Bazar Tiniali
Dibrugarh
786001

Alerts

Be the first to know and let us send you an email when Swastha Hospital Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Swastha Hospital Dibrugarh:

Shortcuts

Share

Category