31/07/2026
প্ৰতিটো সুস্থতা আমাৰ বাবে কেৱল সফলতা নহয়, ই আপোনালোকৰ আমাৰ ওপৰত থকা বিশ্বাসৰ প্ৰতিফলন।
বিঃদ্ৰঃ - ৰোগীৰ সন্মতি সাপেক্ষে এই অভিজ্ঞতা শ্বেয়াৰ কৰা হৈছে। চিকিৎসাৰ ফলাফল ব্যক্তি বিশেষে ভিন্ন হ’ব পাৰে।
📍 এম এফ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ
কালিবাৰী ৰোড, ডিব্ৰুগড়, অসম – ৭৮৬০০১
📞 70355 78786 | 88225 08097