31/05/2026
যন্ত্ৰণাদায়ক Varicose Veins ৰ সমস্যাৰ পৰা মুক্তি পাওক অত্যাধুনিক EVLA Laser Treatment ৰ সহায়ত
✅ কোনো কটা-চিঙা নাই
✅ কোনো চিলাই নাই
✅ আধুনিক Laser Fiber Treatment
✅ একেদিনাই Recovery
✅ একেদিনাই দৈনন্দিন কাম-কাজ পুনৰ আৰম্ভ কৰিব পাৰিব
ভৰিৰ বিষ, ফুলা, বা স্পষ্টকৈ ওলাই থকা সিৰাৰ সমস্যাক আওকাণ নকৰিব — প্ৰাৰম্ভিক চিকিৎসাই আপোনাৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে।
📍 Srishti Hospital & Research Centre, Paltan Bazaar, Dibrugarh, Assam 786005
📞 আজিয়েই যোগাযোগ কৰক: +91 94353 94997
সুস্থ আৰু বিষমুক্ত জীৱনৰ দিশে আজিয়েই আগবাঢ়ক। 💙