Tulumoni Mind & Wellness

Tulumoni Mind & Wellness Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tulumoni Mind & Wellness, Health & Wellness Website, Guwahati, Guwahati.
(4)

Neuro Wellness Coach Assam ✨
🧠 NLP • Emotional Healing
💆 Face Yoga + Body Yoga
💖 Stress Relief • Confidence • Natural Glow
🎓 AYUSH Certified Yoga Teacher & Evaluator

বিবাহ বাৰ্ষিকী বুলি দুমাহমানৰ আগৰ ফটো এখনকে দিলোঁ। আজি ২৪ বছৰ পূৰ্ণ হ’ল। বানপানীয়ে সকলোকে আঁতৰত ৰাখিছে।
24/07/2026

বিবাহ বাৰ্ষিকী বুলি দুমাহমানৰ আগৰ ফটো এখনকে দিলোঁ। আজি ২৪ বছৰ পূৰ্ণ হ’ল। বানপানীয়ে সকলোকে আঁতৰত ৰাখিছে।

খাবলৈ লওঁতেও এনে লাগিছে, কিবা অপৰাধ কৰিছোঁ। কিমান মানুহে পানী এটুপিও পোৱা নাই। পুৱাৰে পৰা ঘৰৰ মানুহবোৰৰ খবৰ বিচৰাৰ পাছত ...
22/07/2026

খাবলৈ লওঁতেও এনে লাগিছে, কিবা অপৰাধ কৰিছোঁ। কিমান মানুহে পানী এটুপিও পোৱা নাই। পুৱাৰে পৰা ঘৰৰ মানুহবোৰৰ খবৰ বিচৰাৰ পাছত গম পালোঁ -তেওঁলোক সকলো কুশলে আছে। তথাপি বিপদ নকমালৈকে শান্তি নাই। গৃহস্থই কলগছৰ ভূঁৰ এখন সাজিলে। সৰুতে আইতাকে শিকাইছিল। আইক মই দেখা নাপালোঁ। কিন্তু আইয়ে শিকাই থৈ যোৱা এই বিদ্যা কামত আহিল। আই, মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ আৰু এই ছেগতে গৃহস্থকো ধন্যবাদ জনালোঁ - আমাৰ মাকো তেওঁ বৰ যতন কৰি এই বিপদৰ সময়ত ৰাখিছে।

19/07/2026

এজনী মাতৃৰ বাবে নিজৰ সন্তানৰ মানসিক স্বাস্থ্য আৰু ভৱিষ্যততকৈ ডাঙৰ একো হ’ব নোৱাৰে। মোৰ সিদ্ধান্তত স্বামী সন্তুষ্ট নাছিল, মই বহুত সমালোচনাৰ মুখামুখি হৈছিলো। কিন্তু মোৰ বিশ্বাস আছিল। মই গুৱাহাটীলৈ গুচি আহিলোঁ।

ঠিক ২ বছৰৰ পাছত, আমাৰ ল’ৰাই MEXT Scholarship পাই জাপানলৈ গ’ল। তাৰ ভদ্র আৰু কাইণ্ড স্বভাৱে মোৰ সিদ্ধান্ত শুদ্ধ আছিল বুলি প্ৰমাণ কৰিলে। সি নিজেই কৈছিল - “মা মই তোমাৰ লগত থাকি থাকি তোমাৰ দৰে ‘Kind’ হৈ পৰিলোঁ।”

প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ ভাল বিচাৰে, কিন্তু কেতিয়াবা আমাৰ পদ্ধতিয়ে সন্তানৰ মনত negative self-image গঢ়ি তোলে। জীৱনত শুদ্ধ আৰু অশুদ্ধৰ ধাৰণাবোৰ সকলোৰে বাবে বেলেগ। আমি সকলোৱে একোটা নিৰ্দিষ্ট Frame-অৰ মাজত থাকোঁ। আমাৰ NLP (Neuro-Linguistic Programming) মেথডৰ জৰিয়তে এই Frame-টোক Reframe কৰি মগজুলৈ এটা নতুন ছিগনেল (signal) পঠিয়াব পাৰি, যাৰ ফলত আমি স্বাভাৱিকভাৱেই এক সুস্থ আৰু পজিটিভ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। 🧠✨

আপুনিও নিজৰ ব্যৱহাৰৰ পৰিৱৰ্তনৰ যোগেদি সন্তানক এখন সুন�

16/07/2026

সন্তানক কেনেকৈ Safe আৰু Supported অনুভৱ কৰাব?

15/07/2026

শেৱালি আৰু সোণমইনা চিনেমা দুখন মোৰ শৈশৱ-কৈশোৰৰ দিনৰ পৰা এতিযালৈকে ভাল লাগি থকা চিনেমা। পূৰবী শৰ্মা আৰু নাই!!! তেওঁৰ গালৰ মাহটো, সোণমইনাত পিন্ধা ৰঙা কাপোজোৰেৰে সৈতে চেহেৰাটো বুকুত লেপেটা খাই লাগি ৰৈছে….বুকুৰ কোণত কালিৰে পৰা বিষ এটা, কষ্ট এটাই মাতি আছে, খাওঁতে, শোওঁতে …তেওঁ আত্মাৰ সদগতি কামনা কৰিলোঁ।

14/07/2026

আপোনাৰ সন্তানে আপোনাক বিশ্বাস নকৰাৰৰ ফলতো তেওঁলোকৰ বহুতো মানসিক সমস‍্যা হ’ব পাৰে?

Address

Guwahati
Guwahati
781024

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918822123202

Alerts

Be the first to know and let us send you an email when Tulumoni Mind & Wellness posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Tulumoni Mind & Wellness:

Shortcuts

Share