21/07/2026
নাক কান আৰু ডিঙিৰ যিকোনো সমস্যাৰ বাবে Kauvery Hospital চেন্নাইৰ অভিজ্ঞ ENT SPECIALIST ৰ দ্বাৰা পৰামৰ্শ গ্ৰহন কৰক ধাৰাপুৰৰ ‘আই কেয়াৰ ডায়েগ্নষ্টিক এণ্ড ডক্টৰ্ছ হাব’ত ( I-Care Diagnostic & Doctors Hub )
নাকেৰে তেজ ওলোৱা
হঠাৎ কানেৰে কমকৈ শুনা হোৱা
ডিঙি ফুলা অথবা বিষ আৰু গুটি উঠা
নাক বজা অথবা স্নৰিঙৰ সমস্যা
কাণৰ খজুৱতি, পুজ ওলোৱা আৰু ৰিংৰিঙাই থকা
মুৰ ঘূৰনী
শিশুৰ সঘনাই চৰ্দি লগা বা কমকৈ শুনা
নাক বন্ধ বা ছাইনাচাইটিছ
টনচিলাইটিচ বা খাবলৈ অসুবিধা পোৱা
থাইৰইড ৰ সমস্যা
মাইগ্ৰেনৰ সমস্যা
লগতে ডিঙি বা মুখৰ ঘাঁ তথা মুখ মণ্ডলৰ কেঞ্চাৰৰ সমস্যাত ভুগি থকা ৰোগীসকলে অহা ২৫ জুলাই, শনিবাৰে, দিনৰ ১০:০০ বজাৰ পৰা দুপৰীয়া ২:০০ বজালৈ ENT & Head and neck cancer specialist Dr. Kingston S ৰ সৈতে পৰামৰ্শৰ বাবে আহক Niramoy Complex, Ground Floor, Dharapur Chariali, Niramoy Bibah Bhawan ৰ তলৰ আই কেয়াৰ ডায়েগ্নষ্টিক এণ্ড ডক্টৰ্ছ হাব’ত
আমাৰ যোগাযোগৰ নম্বৰ : 081338 31753