Dr.JubairXcel Assamese

Dr.JubairXcel Assamese Dr.Jubair Ahmed
BAMS,MDPAT,CMFC,AD&N
বগা স্ৰাৱ | বন্ধ্যাত্ব (Infertility) | যৌন স্বাস্থ্য |PCOS/PCOD| থাইৰয়ড | ফেটি লিভাৰ | Gut Health

“কেমেৰাত কেনেকুৱা দেখিছে সেই লৈ চিন্তা নকৰিব, আল্ট্ৰাচাউণ্ড (Ultrasound), এম.আৰ.আই. (MRI) আৰু চিটি স্কেনত (CT scan) যাতে...
11/07/2026

“কেমেৰাত কেনেকুৱা দেখিছে সেই লৈ চিন্তা নকৰিব, আল্ট্ৰাচাউণ্ড (Ultrasound), এম.আৰ.আই. (MRI) আৰু চিটি স্কেনত (CT scan) যাতে আপোনাক ভিতৰৰ পৰা সুস্থ-সবল আৰু ধুনীয়া দেখায়, তাৰহে চিন্তা কৰক।”

এজন ডাক্তৰে দিব পৰা আটাইতকৈ ডাঙৰ প্ৰেছক্ৰিপশ্বনটো হৈছে আপোনাৰ দৈনিক অভ্যাস:সুস্থ আহাৰ। নিয়মীয়া ব্যায়াম। পৰ্যাপ্ত টোপন...
10/07/2026

এজন ডাক্তৰে দিব পৰা আটাইতকৈ ডাঙৰ প্ৰেছক্ৰিপশ্বনটো হৈছে আপোনাৰ দৈনিক অভ্যাস:
সুস্থ আহাৰ। নিয়মীয়া ব্যায়াম। পৰ্যাপ্ত টোপনি। নিচামুক্ত জীৱন। মানসিক চাপৰ পৰা মুক্তি।

“যিকোনো মূহূৰ্ততে শেষ হৈ যাব পৰা এই জীৱনটোৰ বাবে আমি বৰ বেছি চিন্তা কৰোঁ... জীয়াই থাকিবলৈ শিকক।”
10/07/2026

“যিকোনো মূহূৰ্ততে শেষ হৈ যাব পৰা এই জীৱনটোৰ বাবে আমি বৰ বেছি চিন্তা কৰোঁ... জীয়াই থাকিবলৈ শিকক।”

আপোনাক ডেকা বা কম বয়সীয়া কৰি ৰাখিব পৰা ৮ টা উপায়:1.ধূমপান নকৰিব।2.প্ৰতিদিনে ছানস্ক্ৰীন (Sunscreen) ব্যৱহাৰ কৰিব।3.প্ৰত...
05/07/2026

আপোনাক ডেকা বা কম বয়সীয়া কৰি ৰাখিব পৰা ৮ টা উপায়:
1.ধূমপান নকৰিব।
2.প্ৰতিদিনে ছানস্ক্ৰীন (Sunscreen) ব্যৱহাৰ কৰিব।
3.প্ৰতি নিশা ৭ ৰ পৰা ৯ ঘণ্টা শুব।
4.নিয়মীয়াকৈ ব্যায়াম কৰিব।
5.প্ৰটিন আৰু এন্টিঅক্সিডেন্টযুক্ত আহাৰ খাব
6.পৰ্যাপ্ত পৰিমাণে পানী খাই শৰীৰটো সতেজ কৰি ৰাখিব।
7.মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিব।
8.মদ্যপান কৰাৰ পৰা বিৰত থাকিব।

Address

Gauhati
781022

Website

Alerts

Be the first to know and let us send you an email when Dr.JubairXcel Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category