05/02/2026
CAPD (Continuous Ambulatory Peritoneal Dialysis) is a treatment for people whose kidneys are not working well. A soft tube is placed in the stomach, and special fluid is put in and taken out to clean the blood and remove extra water from the body. It can be done at home and helps people live a more normal life. CAPD (Continuous Ambulatory Peritoneal Dialysis) হৈছে এক ধৰণৰ চিকিৎসা যেতিয়া কিডনী ভালদৰে কাম নকৰে। ইয়াত পেটত এটা নৰম টিউব লগোৱা হয় আৰু বিশেষ দ্ৰৱ্য ভিতৰলৈ দি বাহিৰলৈ উলিয়াই তেজ পৰিষ্কাৰ কৰা হয় আৰু শৰীৰৰ অতিৰিক্ত পানী আঁতৰোৱা হয়। এই চিকিৎসা ঘৰতে কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে মানুহে অলপ স্বাভাৱিক জীৱন জীয়াব পাৰে।