HGM Nursing Home

HGM Nursing Home A premier health care institution, started in 1992 with a humble beginning.

HGM Nursing Home continues to deliver multi-speciality services to the people of Golaghat district.

সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু ওলগ জনালোঁ ।💐💐💐
15/08/2026

সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু ওলগ জনালোঁ ।
💐💐💐

এইচজিএম নার্সিং হোমৰ (HGM Nursing Home) বাবে আন এক সাফল্যৰ খোজ। ড° ভাস্কৰ হাজৰিকা আৰু তেওঁৰ অস্ত্ৰোপচাৰ দলটোৱে লেপাৰ’স্ক...
10/08/2026

এইচজিএম নার্সিং হোমৰ (HGM Nursing Home) বাবে আন এক সাফল্যৰ খোজ। ড° ভাস্কৰ হাজৰিকা আৰু তেওঁৰ অস্ত্ৰোপচাৰ দলটোৱে লেপাৰ’স্কপিক পদ্ধতিৰে চিবিডি ষ্ট’ন (C*D stone/পিত্তনলীৰ পাথৰ) সফলতাৰে আঁতৰাই আন এক কৃতিত্ব অৰ্জন কৰিছে।

07/08/2026

Urology case diary :
Ureterovoele surgery
Ureterocoele in lower moiety of duplex pcs

07/07/2026

Doctors day celebrations at HGM

15/06/2026

মূত্ৰনলীৰ সংকোচন (Urethra Stricture) এতিয়া এণ্ড’স্ক’পিৰ (Endoscopy) সহায়ত অতি সহজে চিকিৎসা কৰিব পৰা যায়। এই পদ্ধতিত শৰীৰত কোনো ধৰণৰ কটা-চিঙা বা চিলাইৰ প্ৰয়োজন নহয়, যাৰ বাবে ৰোগীয়ে অতি কম কষ্টতে আৰাম পায়।
পূৰ্বে উল্লেখ কৰা এনে এজন ৰোগীৰ চুটি অংশৰ মূত্ৰনলী সংকোচনৰ (Short segment stricture) চিকিৎসা আমি কেনেকৈ কৰিছিলোঁ— তাৰে এটা ভিডিঅ অলপ পলমকৈ আপলোড কৰা হ’ল।

জন্ম দিনৰ শুভেচ্ছা জনালোঁ ছাৰ আহি থকা দিনবোৰ জাতে সুস্বাস্হ্য আৰু আনন্দেৰে পাৰ কৰিব পাৰে তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।স...
01/06/2026

জন্ম দিনৰ শুভেচ্ছা জনালোঁ ছাৰ আহি থকা দিনবোৰ জাতে সুস্বাস্হ্য আৰু আনন্দেৰে পাৰ কৰিব পাৰে তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।
সমূহ এইচ জি এম পৰিয়াল

11/05/2026

ইউৰেথ্ৰাল ষ্ট্ৰিকচাৰ
হৈছে মূত্ৰনলী ঠেক হৈ পৰা অৱস্থা, যাৰ ফলত মূত্ৰ সঠিকভাৱে ওলাই যাব নোৱাৰে। এই সমস্যাত প্ৰস্ৰাৱ কৰোঁতে কষ্ট , প্ৰস্ৰাৱৰ বেগ কমি যোৱা, জ্বলা-পোৰা, বা সঘনাই প্ৰস্ৰাৱ লাগি থাকিব পাৰে। সময়ত চিকিৎসা ল’লে এই সমস্যাৰ পৰা হ’ব পৰা গম্ভীৰ যন্ত্ৰনাৰ পৰা মুক্ত হ’ব পাৰি।

19/04/2026

বিৰতিৰ পিচত কাম পুনৰ আৰম্ভ

15/04/2026

ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো।

বাপতি সাহোন "ৰঙালী বিহুৰ" আটাইলৈকে শুভ কামনা জনালোঁ।    নতুন বছৰে আনি দিয়ক ৰঙেৰে ভৰপূৰ এখন সমৃদ্ধিৰ সমাজ তাকেই অন্তৰেৰে ...
14/04/2026

বাপতি সাহোন "ৰঙালী বিহুৰ" আটাইলৈকে শুভ কামনা জনালোঁ।
নতুন বছৰে আনি দিয়ক ৰঙেৰে ভৰপূৰ এখন সমৃদ্ধিৰ সমাজ তাকেই অন্তৰেৰে কামনা কৰিলো।

Address

Golaghat
785621

Telephone

+918876377844

Website

Alerts

Be the first to know and let us send you an email when HGM Nursing Home posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to HGM Nursing Home:

Shortcuts

Share