Joyshree Buragohain

Joyshree Buragohain Joyshree Buragohain is a renowned Clinical Psychologist practising at Apollo Hospital and Pratiksha H

ছাৰ নাই বুলি আজিও যে মানি ল’ব নোৱাৰো……
12/05/2026

ছাৰ নাই বুলি আজিও যে মানি ল’ব নোৱাৰো……

30/04/2026

পুৱাৰ সুন্দৰতা.....

ধৰি ৰাখিব খোজা ব'হাগ...........
27/04/2026

ধৰি ৰাখিব খোজা ব'হাগ...........

ব’হাগ
16/04/2026

ব’হাগ

World Autism Awareness Day উপলক্ষে আজি গুৱাহাটীৰ এইমছত অনুষ্ঠিত কৰা Northeast Autism Conclave ত.....
02/04/2026

World Autism Awareness Day উপলক্ষে আজি গুৱাহাটীৰ এইমছত অনুষ্ঠিত কৰা Northeast Autism Conclave ত.....

হিমালয়ৰ বুকুত ভিনচেন্ট ভেন গঘৰ চিৰপ্ৰিয় সেই Cypress গছবোৰ দেখি ক'ব নোৱৰাকৈ Cypress বোৰ মোৰো যে খুউব প্ৰিয় হৈ পৰিল…
01/04/2026

হিমালয়ৰ বুকুত ভিনচেন্ট ভেন গঘৰ চিৰপ্ৰিয় সেই Cypress গছবোৰ দেখি ক'ব নোৱৰাকৈ Cypress বোৰ মোৰো যে খুউব প্ৰিয় হৈ পৰিল…

সেউজীয়া,সেউজীয়া আৰু সেউজীয়া
30/03/2026

সেউজীয়া,সেউজীয়া আৰু সেউজীয়া

29/03/2026
হাইস্কুলত থাকোতে যেতিয়া ডেফনে ডু মৰিয়াৰ 'ৰে'বে'কা ' উপন্যাসখনত ৰ'দ'ডেনড্ৰন গছবোৰৰ কথা পঢ়িছিলো তেতিয়া ৰ'দ'ডেনড্ৰনবোৰ চ...
25/03/2026

হাইস্কুলত থাকোতে যেতিয়া ডেফনে ডু মৰিয়াৰ 'ৰে'বে'কা ' উপন্যাসখনত ৰ'দ'ডেনড্ৰন গছবোৰৰ কথা পঢ়িছিলো তেতিয়া ৰ'দ'ডেনড্ৰনবোৰ চাবলৈ খুউব ইচ্ছা জাগিছিল।ভূটানৰ হিমালয় পৰ্বতৰ ওখ বুকুত সিচঁৰতি হৈ ফুলি থকা ৰ'দ'ডেনড্ৰন গছবোৰ দেখি চকুৰে নমনালৈকে কেৱল মাথো ৰ লাগি লাগি চাই ৰৈছিলো........!

নীলা,সেউজীয়া আৰু হালধীয়া
23/03/2026

নীলা,সেউজীয়া আৰু হালধীয়া

Address

Apollo Hospital And Pratiksha Hospital
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Joyshree Buragohain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Joyshree Buragohain:

Shortcuts

Share

Category