Kuki Mahanta

Kuki Mahanta Child & Counselling Psychologist & Parenting Coach

If your heart is hurting, don`t worry: you have a really kind, trustful and loving heart❤️❤️
02/02/2026

If your heart is hurting, don`t worry: you have a really kind, trustful and loving heart❤️❤️

Prioritize Your Mental Well-being Today 🌼🌼
10/01/2026

Prioritize Your Mental Well-being Today 🌼🌼

শিশু এটিৰ খং শান্ত কৰাৰ এটি উপায় - সেই সময়তে তেওঁলোকে ভালপোৱা চকলেট বা মিঠাই খাবলৈ দি চাওঁকচোন। এক নিৰ্দিষ্ট পৰিমাণৰ ম...
07/01/2026

শিশু এটিৰ খং শান্ত কৰাৰ এটি উপায় - সেই সময়তে তেওঁলোকে ভালপোৱা চকলেট বা মিঠাই খাবলৈ দি চাওঁকচোন। এক নিৰ্দিষ্ট পৰিমাণৰ মিঠাই খালে মনবোৰ শান্ত থাকে। এক গৱেষণা অনুসৰি " চেনী‌য়ে খং নিয়ন্ত্ৰণ কৰাত সহায় কৰে" ।

How can I help my child manage exam stress?   ⭐ Remind them that effort is more important than perfection.   ⭐Set a rout...
17/09/2025

How can I help my child manage exam stress?
⭐ Remind them that effort is more important than perfection.
⭐Set a routine with breaks, encourage physical activity, and teach relaxation techniques like deep breathing.
⭐Children perform better when they feel loved, not pressured.

16/09/2025

শিশু এটিক সুখী কৰিবলৈ জোখতকৈ অধিক প্ৰয়োজন পূৰাবলৈ যোৱা মানেই বুজিব যে আপুনি আপোনাৰ শিশুটিক Wrong Direction ত লৈ গৈ আছে।

মানুহৰ শৈশৱ কালছোৱাতেই মগজুৰ ৮০ শতাংশ বিকাশ হয় । ডাঙৰেই হওঁক বা শিশু সকলেই হওঁক সকলোৰে মানসিক দিশত কিছুমান অসুবিধা থাকে...
04/06/2025

মানুহৰ শৈশৱ কালছোৱাতেই মগজুৰ ৮০ শতাংশ বিকাশ হয় । ডাঙৰেই হওঁক বা শিশু সকলেই হওঁক সকলোৰে মানসিক দিশত কিছুমান অসুবিধা থাকে। পাৰ্থক্য মাত্ৰ এটায়েই আমি কেতবোৰ বিশ্লেষণ কৰি চাব পাৰোঁ কিন্তু শিশু সকলে বেলেগ বেলেগ প্ৰতিক্ৰিয়াৰ জৰিয়তে বুজাব বিচাৰে । অভিভাৱক সকলৰ দায়িত্ব যে এইখিনিক গুৰুত্ব নিদি তেওঁলোকৰ দুষ্টামি বুলি আওকাণ কৰিব নালাগে।।

"Every child is special " মাত্ৰ তেওঁলোকক বুজি আগুৱাই লৈ যোৱাটোহে আচল কথা ।

10/12/2024

শিশুসকলৰ Career ৰ ওপৰত লোৱা সিদ্ধান্তক সম্পূৰ্ণ FREEDOM দিয়াটো আৰু FORCE কৰাটো দুয়োটায়ে কিছু কিছু ক্ষেত্ৰত ক্ষতিকাৰক।

23/09/2024

Great 👍👍

পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ, সত্‌ চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। ঘৰখনত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ শাসন মৰম...
23/09/2024

পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ, সত্‌ চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে। ঘৰখনত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ শাসন মৰমৰ হোৱা উচিত।

CHILDREN ARE NOT WRONG সৰুৰে পৰা ডাঙৰক অনুকৰণ কৰে। শিশুটিক সফল ব্যক্তি কৰিবলৈ হলে ঘৰখনৰ পৰিবেশৰ ওপৰত গুৰুত্ব দিয়াটো উচিত। কোনো লোকৰ ব্যক্তিত্ব আৰু তেওঁৰ গুণ বা ক্ৰিয়া আচৰণে আকৰ্ষণ কৰিলে শিশুসকল তেওঁৰ প্ৰতি গুণমুগ্ধ হৈ পৰে আৰু তাক অনুকৰণ কৰিবলৈ বিচাৰে।

05/09/2024

Address

Mother Teresa Road, Zoo Tiniali
Guwahati

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918638290676

Alerts

Be the first to know and let us send you an email when Kuki Mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Kuki Mahanta:

Shortcuts

Share

Category