Dr. Dhiren Dutta

Dr. Dhiren Dutta The Experienced, Dedicated and Premier care you deserve; Before, During and Beyond Pregnancy.

28/05/2026

SERIES 24 :-- ULTRASONOGRAPHY বা USG মানে কি? সন্তানহীনতাৰ কাৰণ ধৰা পেলাবলৈ কোনবিধ USG কৰা দৰকাৰ?USG গৰ্ভস্থ সন্তানৰ বাবে ক্ষতিকাৰক নেকি? গৰ্ভৱতী মহিলা এগৰাকীয়ে কেতিয়া কেতিয়া SONOGRAPHY কৰিব লাগে? আহকচোন জানোঁ।

14/05/2026

SERIES 23 :-- GENE (জিন্) মানে কি? জানেনে? সঘনাই হোৱা গৰ্ভপাতৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল জন্মগতভাবে শৰীৰত থকা জিন-বোৰৰ বিসংগতি ।

11/05/2026

SERIES 22 : ---FALLOPIAN TUBE বা ডিম্ববাহী নলীকাৰ কাম কি শৰীৰত? যদি দুয়োডালেই নষ্ট হৈ যায়? সন্তান কেনেকৈ হব? আহকচোন জানোঁ....

03/05/2026

SERIES 21:---শাৰীৰিক সম্পৰ্ক কৰি সন্তান নহলে সকলোৱে IVF কৰিব লাগিবই নেকি?আহকচোন জানো..

31/03/2026

SERIES :20-- চকলেট্ চিষ্ট (CHOCOLATE CYST) মানে কিনো? ইয়াৰ পৰা কোনো ক্ষতি হব পাৰে নেকি? সমাধান আছেনে? আহকচোন জানো..

***y

SERIES 19 :  সঘনাই হোৱা গৰ্ভপাত। কেনেকৈনো আগবাঢ়োঁ?
21/03/2026

SERIES 19 : সঘনাই হোৱা গৰ্ভপাত। কেনেকৈনো আগবাঢ়োঁ?

Series 18:  সন্তানহীনতাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল ডিম্বাণুৰ শক্তি/ক্ষমতা কমি যোৱা।  [নিম্নোক্ত কথাখিনি লিখাৰ সময়...
01/03/2026

Series 18: সন্তানহীনতাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হ'ল ডিম্বাণুৰ শক্তি/ক্ষমতা কমি যোৱা।

[নিম্নোক্ত কথাখিনি লিখাৰ সময়ত ধৰি লোৱা হৈছে যে এহাল দম্পতীৰ মাজত ডিম্বাণুৰ শক্তি কম হৈ যোৱাৰ বাহিৰে সন্তানহীনতাৰ আন কোনো অসুবিধা নাই।]

আমাৰ সমাজত এটা প্ৰচলিত ধাৰণা যে এগৰাকী মহিলাৰ ঋতুস্ৰাব (মাহেকীয়া) সময়মতে হৈ আছে মানে শাৰীৰিক সম্পৰ্ক হলে সন্তানো হবই।

ইয়াৰ উত্তৰ হিচাপে বৈজ্ঞানিক ভাবে আমি কওঁ যে মাহেকীয়া হৈ থকাৰ লগত সন্তান হোৱাৰ কোনো সম্পৰ্ক নাই।

এগৰাকী মহিলাৰ ডিম্বাশয়(OVARY)ত ডিম্ববোৰ থাকে। সেই ডিম্ববোৰৰ দুটা ক্ষমতা থাকে। প্ৰথমটো পৰিমাণ, দ্বিতীয়টো গুনমান।

১)সময়মতে মাহেকীয়া হবলৈ শৰীৰৰ বিভিন্ন হৰম'নবোৰৰ লগত তালমিল ৰাখি মাহেকীয়া হোৱাত সহায় কৰা। যেতিয়ালৈকে ডিম্বাশয়ত ডিম্বাণু আছে(QUANTITY, পৰিমাণ) তেতিয়ালৈকে মাহেকীয়া হৈ থাকিব।

আৰু

২) শুক্ৰাণুৰ লগত ডিম্বাণুৰ নিষেচন(FERTILIZATION)হৈ সন্তান জন্ম দিয়া। যদিহে ডিম্বাণুবোৰৰ গুনমান(QUALITY) কোনো কাৰণত লাহে লাহে কম হৈ গৈ থাকে,তেন্তে নিষেচন ক্ষমতাও (FERTILIZATION CAPACITY) কমি যাবই।

এই দুইটা ক্ষমতাৰ এটাৰ লগত আনটোৰ কোনো সম্পৰ্ক নাই।

গতিকে এগৰাকী মহিলাৰ নিয়মিত মাহেকীয়া হৈ থাকিলেও, ডিম্বাশয়ত ডিম্ব থাকিলেও, যদিহে সেই ডিম্বাণুবোৰৰ সন্তান জন্ম দিয়াৰ ক্ষমতা লাহে লাহে কমি গৈ আছে তেন্তে গৰ্ভধাৰণ কৰোঁতে অসুবিধা হ'ব পাৰে।

অসুবিধাৰ অৰ্থ হল মহিলাগৰাকীৰ ডিম্বাণু, তেখেতৰ সঙ্গীৰ শুক্ৰাণুৰ ওচৰলৈ আহিলে ক্ষমতা কমি যোৱা বাবে নিষেচন (FERTILIZATION) নহব পাৰে।

এই লিখনিটো লিখা তাৰিখলৈকে(০১/০৩/২৬) বিজ্ঞানমতে এনে কোনো দৰব বা পদ্ধতি ওলোৱা নাই যে এবাৰ ডিম্বাণুৰ গুনমান (QUALITY) কমি গলে সেয়া আকৌ ভাল অবস্থালৈ ঘূৰাই আনিব পাৰি। হয়তো ভবিষ্যতে কোনো উপায় ওলাব। আশাবাদী।

27/09/2025

Series 17 : PCOD CONTROL কৰিব পাৰি..

14/06/2025

ঈশ্বৰে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ হৈ উঠে।  🙏
19/02/2025

ঈশ্বৰে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ হৈ উঠে। 🙏

Address

Apollo Fertility Centre, 4th Floor, Ananda Nagar, Near Central Mall, G.S Road
Gauhati
781005

Telephone

+919401224343

Website

Alerts

Be the first to know and let us send you an email when Dr. Dhiren Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr. Dhiren Dutta:

Shortcuts

Share