Dr B C Roy-ENT & Head and Neck Surgery

Dr B C Roy-ENT & Head and Neck Surgery Dr B C Roy. MS(ENT),AIIMS(N Delhi)
Head & Neck Oncosurgery,AIIMS
Endoscopic/Robotic Thyriod Surgery

14/01/2026
কিছু সৰু সৰু কথাই মনত বৰ আনন্দ দিয়ে । যোৱাকালি গধূলি মেঘালয়ৰ জোৱাইৰ পৰা এগৰাকী বৃদ্ধা মহিলাই  Video call যোগে তেখেতৰ ৮...
13/12/2025

কিছু সৰু সৰু কথাই মনত বৰ আনন্দ দিয়ে । যোৱাকালি গধূলি মেঘালয়ৰ জোৱাইৰ পৰা এগৰাকী বৃদ্ধা মহিলাই Video call যোগে তেখেতৰ ৮৫ তম্ জন্মদিনত মোক বহুত বহুত ধন্যবাদ আৰু দীৰ্ঘায়ু হোৱাৰ আশীৰ্বাদ দি কয় যে মোৰ কাৰণে হেনো তেখেত ইমান দিনে ভালে কুশলে আছে । ময়ো তেখেতক জন্মদিনৰ অশেষ শুভেচ্ছা জনালোঁ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
২০০৬ চন, মই দিল্লীৰ এইমছত (AIIMS, New Delhi) ৭/৮ বছৰ কাল কাম কৰি অসমলৈ ঘূৰি অহাৰ কিছুদিন পিছতেই গুৱাহাটীৰ Nemcare Hospital ত তেখেতৰ জিভাৰ Cancer (3rd stage) Operation কৰিছিলো । আজি ২০ বছৰৰ পিছতো তেখেত Cancer ৰ পৰা সম্পূৰ্ণ আৰোগ্য হৈ থকাৰ কথা জানিবলৈ পাই অতিশয় আনন্দ লাভ কৰিছো ।

08/03/2023

Happy Holi
to all my friends

Dr B C Roy

Gift of hard work.    story. She visited my chamber yesterday. I was so happy her PET CT report and  clinical examinatio...
14/12/2022

Gift of hard work. story.
She visited my chamber yesterday. I was so happy her PET CT report and clinical examination do not show any evidence of recurrence.

Address

Guwahati
781035

Opening Hours

Monday 12:04am - 5pm
Tuesday 12am - 5pm
Wednesday 12am - 5pm
Thursday 12am - 5pm
Friday 12am - 5pm
Saturday 12am - 5pm

Telephone

+917002976138

Website

Alerts

Be the first to know and let us send you an email when Dr B C Roy-ENT & Head and Neck Surgery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Dr B C Roy-ENT & Head and Neck Surgery:

Shortcuts

Share

Category