Assam Healthcare Cooperative Society Ltd.

Assam Healthcare Cooperative Society Ltd. Established in Sep 2016, Assam Healthcare Cooperative Society (No. Assam Cooperative is committed to promoting affordable, accessible and quality healthcare.

G-05/2016-17) is pioneering a citizen driven initiative to promote health and make healthcare affordable by leveraging its membership strength. Our members avail rebates on their medical bills at over 60 hospitals, diagnostic centres and pharmacies. The membership fee is Rs. 500 per individual LIFELONG.

Here’s the translation to English:"Today, another chronic disease prevention health service camp was held at Datalapara,...
07/07/2026

Here’s the translation to English:

"Today, another chronic disease prevention health service camp was held at Datalapara, Natun Basti, Guwahati-25 in collaboration with Assam Health Service Cooperative and Gauhati Medical College. Around 40 citizens participated. HbA1C and blood pressure tests were conducted.

The membership registration link for the cooperative is in the comments."

অসম স্বাস্থ্যসেৱা সমবায়ে বছৰি কোটিতকৈ অধিক ধন সদস্যসকলৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত ৰাহি কৰি আহিছে। এয়া আন এটা উদাহৰণ ডিব্...
30/06/2026

অসম স্বাস্থ্যসেৱা সমবায়ে বছৰি কোটিতকৈ অধিক ধন সদস্যসকলৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত ৰাহি কৰি আহিছে। এয়া আন এটা উদাহৰণ ডিব্ৰুগড়ৰ পৰা। এয়া ৰাইজৰ অভিযান। নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ‌ অভিযান। আমি এখন চিকিৎসালয় কৰিম এনে এটা আশা উজ্জ্বল হৈ আহিছে। ৰাইজৰ মালিকানাধীন। এনে এটা অনুষ্ঠানে আকাশৰ তৰা আনি দিম বুলি নকয়। যি সম্ভৱ সেয়াহে কৰি দেখুওৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

সদস্য ভৰ্তিৰ লিংকটো কমেন্টত দিছোঁ।

অসম স্বাস্থ্য সেৱা সমবায় সমিতি আৰু AIPL ৰ সহযোগত আজি বশিষ্ঠৰ বৈকুণ্ঠ নগৰ নামঘৰত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ...
27/06/2026

অসম স্বাস্থ্য সেৱা সমবায় সমিতি আৰু AIPL ৰ সহযোগত আজি বশিষ্ঠৰ বৈকুণ্ঠ নগৰ নামঘৰত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছে। এই পৰীক্ষা শিবিৰ টোত আমাক সহায় কৰিছে গুৱাহাটী চিকৎসা মহাবিদ্যালয় দুজন বিশেষজ্ঞ চিকিৎকে আৰু পেথ কাইণ্ড ডাইগ্নষ্টিক চেণ্টাৰে। মাথো পাচশ টকাৰে আজীৱন সভ্য ভৰ্তি হৈ এই আন্দোলনক শক্তিশালী কৰক আৰু নিজেও সমবায়ৰ সৈতে বুজাবুজি থকা ৫০ৰো অধিক চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰা ৪০% পৰ্যন্ত ৰেহাই লাভ কৰি পকেটৰ‌ ধন ৰাহি কৰক। সভ্য ভৰ্ত্তিৰ অনলাইন লিংকটো কমেন্টত।

গণেশ নগৰ উন্নয়ন সমিতি, নিউ গুৱাহাটীৰ উদ্যোগত তথা অসম স্বাস্থ্য সেৱা সমবায় সমিতিয়ে AIPLৰ সহযোগত আজি গণেশ নগৰ পুথিভঁৰালত...
20/06/2026

গণেশ নগৰ উন্নয়ন সমিতি, নিউ গুৱাহাটীৰ উদ্যোগত তথা অসম স্বাস্থ্য সেৱা সমবায় সমিতিয়ে AIPLৰ সহযোগত আজি গণেশ নগৰ পুথিভঁৰালত এটা বিনামূলীয়া ক্ৰনিক ৰোধ‌ প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। এই পৰীক্ষা শিবিৰটোত আমাক সহায় কৰিছে KGMT হস্পিতাল আৰু পেথকাইণ্ড ডাইগ্নষ্টিক চেণ্টাৰে।

আমাৰ অনলাইন সদস্য ভৰ্তিৰ লিংকটো কমেন্টত।

ইণ্ডিয়ান অইল লিমিটেডৰ বিষয়াৰ সৈতে CSR project সম্বন্ধীয় এখন মিটিং।‌ অসম স্বাস্থ্য সেৱা সমবায়ে এখন গাড়ী আৰু কিছু সজু...
18/03/2026

ইণ্ডিয়ান অইল লিমিটেডৰ বিষয়াৰ সৈতে CSR project সম্বন্ধীয় এখন মিটিং।‌ অসম স্বাস্থ্য সেৱা সমবায়ে এখন গাড়ী আৰু কিছু সজুলি ইণ্ডিয়ান‌ অইল লিমিটেডে যোগান ধৰাৰ সম্ভাৱনা। এইখিনি হৈ উঠিলে সমবায়ে অনুষ্ঠিত কৰা ৰোগ প্ৰতিৰোধী স্বাস্থ্য সেৱা শিবিৰ সমূহত সেৱা উন্নত কৰাত সহায় কৰিব। সমবায়ে ৰাইজৰ উদ্যোগত স্বাস্থ্য সেৱাৰ এটা আৰ্হি গঢ়ি তোলাৰ দিশত কাম কৰি আছে। আজিয়েই সমবায়ৰ সদস্য হৈ এই আন্দোলনত যোগ দিয়ক।

মাথো পাচশ টকাৰে আজীৱন সভ্য ভৰ্তি হৈ এই আন্দোলনক শক্তিশালী কৰক আৰু নিজেও সমবায়ৰ সৈতে বুজাবুজি থকা ৫০ৰো অধিক চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰা ৪০% পৰ্যন্ত ৰেহাই লাভ কৰি পকেটৰ‌ ধন ৰাহি কৰক। সভ্য ভৰ্ত্তিৰ অনলাইন লিংকটো কমেন্টত।

দশভুজা মহিলা সমবায় সমিতি নিউ গুৱাহাটীৰ উদ্যোগত আৰু অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ সহযোগত আজি জনতা নগৰ নামঘৰত এটা বিনাম...
07/02/2026

দশভুজা মহিলা সমবায় সমিতি নিউ গুৱাহাটীৰ উদ্যোগত আৰু অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ সহযোগত আজি জনতা নগৰ নামঘৰত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈছে। এই পৰীক্ষা শিবিৰ টোত আমাক সহায় কৰিছে গুৱাহাটী চিকৎসা মহাবিদ্যালয় দুজন বিশেষজ্ঞ চিকিৎকে আৰু পেথ কাইণ্ড ডাইগ্নষ্টিক চেণ্টাৰে। মাথো পাচশ টকাৰে আজীৱন সভ্য ভৰ্তি হৈ এই আন্দোলনক শক্তিশালী কৰক আৰু নিজেও সমবায়ৰ সৈতে বুজাবুজি থকা ৫০ৰো অধিক চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰা ৪০% পৰ্যন্ত ৰেহাই লাভ কৰি পকেটৰ‌ ধন ৰাহি কৰক। সভ্য ভৰ্ত্তিৰ অনলাইন লিংকটো কমেন্টত।

Mr Abhay Mate, National Head UCB Cell, Sahakar Bharati, and Shyamal Saikia CEO(ic)Assam state cooperative Society has vi...
29/01/2026

Mr Abhay Mate, National Head UCB Cell, Sahakar Bharati, and Shyamal Saikia CEO(ic)Assam state cooperative Society has visited Assam Healthcare Cooperative Society Ltd. today to study the activities of the Society.
They expressed their satisfaction and said that the Society is a unique Society.

আজি অসম স্বাস্থ্য সমবায়ৰ মংগলদৈত অনুষ্ঠিত এখন ৰোগ প্ৰতিৰোধী স্বাস্থ্য শিবিৰ। সমবায়ে কোনো অনুদান নোলোৱাকৈ কেৱল চিকিৎসক,...
24/01/2026

আজি অসম স্বাস্থ্য সমবায়ৰ মংগলদৈত অনুষ্ঠিত এখন ৰোগ প্ৰতিৰোধী স্বাস্থ্য শিবিৰ। সমবায়ে কোনো অনুদান নোলোৱাকৈ কেৱল চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীৰ স্বেচ্ছাসেৱা সংগঠিত কৰি যোৱা ৭-৮ বছৰ এইধৰনে শিবিৰ কৰি আহিছে। মাথো পাচশ টকাৰে আজীৱন সভ্য ভৰ্তি হৈ এই আন্দোলনক শক্তিশালী কৰক আৰু নিজেও সমবায়ৰ সৈতে বুজাবুজি থকা ৫০ৰো অধিক চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰা ৪০% পৰ্যন্ত ৰেহাই লাভ কৰি পকেটৰ‌ ধন ৰাহি কৰক। সভ্য ভৰ্ত্তিৰ অনলাইন লিংকটো কমেন্টত।

On the occasion of the First Global Assamese Conference 2026, I am thankful to the team of Assam Healthcare Cooperative ...
17/01/2026

On the occasion of the First Global Assamese Conference 2026, I am thankful to the team of Assam Healthcare Cooperative Society, Guwahati Medical College and National Service Scheme (a student volunteer scheme), IITG unit, for giving me the opportunity to donate blood. Feeling happy.

Our new tie-up.Lowar  Hospital & Research CenterBongaigaon
04/12/2025

Our new tie-up.Lowar Hospital & Research Center
Bongaigaon

Address

House No: 144, Rajgarh Road, Bhangagarh , Opp/Aruna Memorial Hospital , Kamrup (M)
Guwahati
781005

Opening Hours

Monday 8am - 8pm
Tuesday 8am - 8pm
Wednesday 8am - 8pm
Thursday 8am - 8pm
Friday 8am - 8pm
Saturday 8am - 8pm
Sunday 8am - 8pm

Telephone

+919085228863

Alerts

Be the first to know and let us send you an email when Assam Healthcare Cooperative Society Ltd. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Assam Healthcare Cooperative Society Ltd.:

Shortcuts

Share