26/07/2026
প্ৰকৃত সুস্থতাৰ কাহিনী... 💚
গুৱাহাটীৰ পদুমবাৰীৰ এগৰাকী ৰোগীয়ে Vertigo, Cervical আৰু Lumbar Nerve Compression'ৰ সমস্যাত দীঘলীয়া সময় ধৰি ভুগি আছিল। মূৰ ঘূৰোৱা, ভাৰসাম্য হেৰুৱাই পেলোৱা আৰু বিষৰ বাবে তেওঁ এটা ঠাইত থিয় হৈ থাকিবও নোৱাৰা অৱস্থালৈ গৈছিল।
PNR Polyclinic'ৰ Hybrid Treatment Approach — Ayurveda, Naturopathy, Herbal Medicines আৰু Advanced Neuro Physiotherapy'ৰ সমন্বিত চিকিৎসাৰ ফলত আজি তেওঁ যথেষ্ট সুস্থ। এতিয়া তেওঁ আগতকৈ অধিক আত্মবিশ্বাসেৰে থিয় হৈ থাকিব আৰু খোজ কাঢ়িব পাৰিছে। 🌿
প্ৰত্যেকটো সুস্থতাৰ কাহিনীয়ে আমাৰ বিশ্বাস আৰু দায়িত্ব দুয়োটা অধিক শক্তিশালী কৰি তোলে।
আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি Vertigo, Cervical Pain, Lumbar Nerve Compression, Neck Pain, Back Pain অথবা Balance Problems'ত ভুগি আছে, তেন্তে সময় নষ্ট নকৰি আজিয়েই PNR Polyclinic'ৰ সৈতে যোগাযোগ কৰক।
A patient from Padumbari, Guwahati, suffering from Vertigo, Cervical and Lumbar Nerve Compression, had reached a stage where standing still and maintaining balance had become extremely difficult. Through PNR Polyclinic's hybrid treatment approach—Ayurveda, Naturopathy, Herbal Medicines, and Advanced Neuro Physiotherapy—she has regained her strength and is now able to stand and walk with much greater confidence.
If you or your loved ones are facing similar problems, contact PNR Polyclinic today.
📍 PNR Polyclinic, জালুকবাৰী
📞📲 88228 33516