Dr.JubairXcel Assamese

Directions

Dr.JubairXcel Assamese Dr.Jubair Ahmed
BAMS,MDPAT,CMFC,AD&N
বগা স্ৰাৱ | বন্ধ্যাত্ব (Infertility) | যৌন স্বাস্থ্য |PCOS/PCOD| থাইৰয়ড | ফেটি লিভাৰ | Gut Health

08/09/2026

গোটেই বছৰটো নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে নেকি?
তেন্তে এতিয়াও সময় শেষ হোৱা নাই।
ছেপ্টেম্বৰ • অক্টোবৰ • নৱেম্বৰ • ডিচেম্বৰ
এই ৪ মাহ নিজৰ বাবে দিয়ক। 💪

✅ খাদ্য নিয়ন্ত্ৰণ কৰক
✅ নিয়মিত ব্যায়াম কৰক
✅ ৭–৮ ঘণ্টা টোপনি লওক
✅ পানী পৰ্যাপ্ত পৰিমাণে খাওক
✅ মানসিক চাপ কমাওক
✅ প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰাওক
৪ মাহত জীৱন সলনি নহ’বও পাৰে…
কিন্তু ৪ মাহত নিজৰ স্বাস্থ্যৰ দিশটো সলনি কৰিব পাৰি। 🔥

04/09/2026

নমস্কাৰ সকলোকে! 🙏

যোৱা কেইটামান দিন বহুত ব্যস্ত আছিলো, কাৰণ খুব সোনকালেই মোৰ এখন নতুন ফাৰ্মাচী আৰু ক্লিনিক আৰম্ভ হ’বলৈ গৈ আছে।

সেইবাবে আপোনালোকৰ ফোন বা মেছেজৰ উত্তৰ সময়মতে দিব পৰা নাই, তাৰ বাবে মই আন্তৰিকভাৱে দুঃখিত। কামখিনি অলপ ঠিক-ঠাক হৈ আজৰি হ’লেই মই নিজেই সকলোকে ফোন বা মেছেজ কৰিম। অনুগ্ৰহ কৰি কথাটো অলপ বুজি পাব বুলি আশা ৰাখিলো।

আপোনালোক সকলোৰে আশীৰ্বাদ আৰু শুভকামনা একান্তই কাম্য। শীঘ্ৰেই সকলো বিৱৰণ জনাম! ❤️

তেন্তে মানুহে কিয় নোৱাৰে?
02/09/2026

তেন্তে মানুহে কিয় নোৱাৰে?

Address

Guwahati
781022

Website

Alerts

Be the first to know and let us send you an email when Dr.JubairXcel Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category