KA TV24

KA TV24 I'm kabir

11/06/2026

এই alto গাড়ি খন বিক্ৰি হ'ব।



10/06/2026


Hojai rocket land
08/06/2026

Hojai rocket land

ফেচবুকত “Rupa Kalita” নামৰ এটা প্ৰোফাইলৰ পৰা আমাৰ প্ৰিয় নবী হজৰত মহম্মদ (ছ:) সম্পৰ্কে অত্যন্ত আপত্তিজনক আৰু সাম্প্ৰদায়...
08/06/2026

ফেচবুকত “Rupa Kalita” নামৰ এটা প্ৰোফাইলৰ পৰা আমাৰ প্ৰিয় নবী হজৰত মহম্মদ (ছ:) সম্পৰ্কে অত্যন্ত আপত্তিজনক আৰু সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা মন্তব্য প্ৰকাশ কৰা হৈছে।
এই ধৰণৰ পোষ্ট সমাজত শান্তি আৰু সম্প্ৰীতি নষ্ট কৰে আৰু আইন অনুসৰি ই দণ্ডনীয় অপৰাধ।
আমি অসম আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে এই বিষয়টো নিৰপেক্ষভাৱে তদন্ত কৰি উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হওক।
অপৰাধীৰ কোনো ধৰ্ম বা জাতি নাই — আইন সকলোৰে বাবে সমান। সমাজত শান্তি, শৃংখলা আৰু সম্প্ৰীতি বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব।

This is my son, but he is very naughty.
07/06/2026

This is my son, but he is very naughty.



07/06/2026

জৰাং পথাৰ ছাফলাইৰ অৱস্তা



🌿আজকের ছোট চাড়া, আগামী দিনের বিশাল ছায়া।"বিশ্ব_ পরিবেশ _দিবসস্থান হোজাই জিলা কাপাছুৰা জামে মছজিদ
05/06/2026

🌿আজকের ছোট চাড়া, আগামী দিনের বিশাল ছায়া।"

বিশ্ব_ পরিবেশ _দিবস

স্থান হোজাই জিলা কাপাছুৰা জামে মছজিদ



05/06/2026

এই Alto গাড়ি খন বিক্ৰী হ'ব।



05/06/2026

জৰাংপথাৰ জামে মছজিদ হোজাই


Address

Jorang Pather
Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when KA TV24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share