14/09/2026
PLANTAR WARTS – ভৰিৰ তলুৱাৰ বিষযুক্ত গুটি উপেক্ষা নকৰিব
আপোনাৰ ভৰিৰ তলুৱাত কঠিন, খহটা বা মোটা ছালৰ দৰে গুটি হৈছে নেকি, যাৰ বাবে খোজ কাঢ়োঁতে বিষ হয়?
ই Plantar Wart (ভৰিৰ তলুৱাৰ Wart) হ’ব পাৰে।
Plantar warts হৈছে ভৰিৰ তলুৱাত হোৱা একধৰণৰ skin growth। ই সাধাৰণতে কঠিন আৰু মোটা ছালৰ দৰে দেখা যায় আৰু কেতিয়াবা ইয়াৰ ভিতৰত সৰু সৰু ক’লা বিন্দুও দেখা যাব পাৰে।
Common Symptoms / সাধাৰণ লক্ষণসমূহ:
� খোজ কাঢ়োঁতে বিষ বা অস্বস্তি
� ভৰিৰ তলুৱাত কঠিন আৰু খহটা গুটি
� আক্রান্ত অংশৰ ছাল মোটা হৈ যোৱা
� সৰু সৰু ক’লা বিন্দু দেখা যাব পাৰে
� এটা বা একাধিক গুটি হ’ব পাৰে
Plantar wart কেতিয়াবা Corn বা Callus-ৰ সৈতে ভুল হ’ব পাৰে। সেয়েহে সঠিক clinical examination অতি প্ৰয়োজনীয়।
� How Classical Homoeopathy Approaches the Case
Classical Homoeopathy-ত কেৱল wart-টো লক্ষ্য কৰি medicine নিৰ্বাচন কৰা নহয়।
ৰোগীৰ individual symptoms, physical characteristics, general constitution আৰু অন্যান্য characteristic symptoms বিবেচনা কৰি medicine individualise কৰা হয়।
লক্ষ্য হৈছে ৰোগীৰ সম্পূৰ্ণ symptom picture অনুসৰি উপযুক্ত remedy নিৰ্বাচন কৰা আৰু চিকিৎসাৰ response follow-up কৰা।
প্ৰতিজন ৰোগীৰ case একে নহয়, সেয়েহে medicine-ও একে নহ’ব পাৰে।
� নিজে নিজে wart কাটি, জ্বলাই বা আঁতৰাবলৈ চেষ্টা নকৰিব। ইয়াৰ ফলত আঘাত বা infection হ’ব পাৰে।
যদি wart-টো বাঢ়ি থাকে, অত্যন্ত বিষ হয়, ৰক্তপাত কৰে বা diagnosis সম্পৰ্কে সন্দেহ থাকে, তেন্তে চিকিৎসকৰ clinical evaluation লওক।
For Consultation & Individual Assessment:
Dr. Hasanur Rahman, BHMS
Classical Homoeopathic Practitioner
Assam Homoeopathic Clinic, Howly
� Contact for Consultation & Appointment:
9101466792