Trishna's Wellness & Access Bars Therapy

Trishna's Wellness & Access Bars Therapy Access Bars, Healing, Fitness, Anxiety
Contact: 9435359625, 7002801811

Contact for Access Bar's Therapy Session 9435359625, 9854570947
12/09/2026

Contact for Access Bar's Therapy Session
9435359625, 9854570947

08/09/2026

Access Bars Session কিয় লগায়?
তাৰ সহজ উত্তৰটো হ'ল - মাথাৰ জাবৰ (Mental Garbage) চাফা কৰিবলৈ।

আমি ফোনৰ Cache Clear কৰোঁ যাতে ফোনটো Fast চলে, ঠিক তেনেকৈ Bars হ'ল মগজুৰ Cache Clear.

মানুহে কিয় লগায়?
৫ টা মূল কাৰণ:

১. Overthinking বন্ধ কৰিবলৈ: দিনটো মনত একেটা চিন্তাই ঘূৰি থাকে, টোপনি নাহে। Bars লগালে মনটো একেবাৰে শান্ত হৈ যায়।

২. Stress আৰু Anxiety কমাবলৈ:* পৰীক্ষা, চাকৰি, সম্পৰ্কৰ Tension ত থকা মানুহে বহুত শান্তি পায়।

৩. টকা-পইচা আৰু কেৰিয়াৰৰ Blockage খুলিবলৈ: আমাৰ মনত "মোৰ টকা নহয়", "মই ফেইল কৰিম" বুলি যিবোৰ ভুল ধাৰণা আছে, সেই Point বোৰত হাত দিলে সেইবোৰ clear হয় বুলি কোৱা হয়।

৪. Focus বঢ়াবলৈ: পঢ়াত মন নবহা, কামত মন নবহা ল'ৰা-ছোৱালীয়ে লগালে বহুত লাভ পায়।

৫. কোনো ঔষধ নাই, কেৱল শান্তি: ইয়াত কোনো সূচ, ঔষধ, মালিচ একো নাই। মাথোঁ মূৰৰ ৩২ টা Point ত লাহেকৈ হাত থৈ ৰখা হয়।

*এটা Session ৰ পিছত কেনে লাগে?*
মানুহে কয় - "বহু বছৰৰ পিছত ইমান গভীৰ টোপনি গৈছোঁ", "মূৰটো ১০ কেজি পাতল লাগিছে।"

*** বুকিং ৰ বাবে যোগাযোগ কৰিব : 9435359625, 9854570947

05/09/2026
03/09/2026

এইয়া মোৰ বাবে সাহস, উৎসাহ। HDIGABTT
24/08/2026

এইয়া মোৰ বাবে সাহস, উৎসাহ।
HDIGABTT

Address

Sipajhar, Darrang
Mangaldai
784145

Website

Alerts

Be the first to know and let us send you an email when Trishna's Wellness & Access Bars Therapy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share