HM Hospital

HM Hospital A compassionate and dedicated nursing home situated at Moran, Dibrugarh providing personalized care in a comfortable, supportive environment for the patients.

Our experienced Staff and Doctors offers Skilled Nursing, rehabilitation and treatment.

Happy International Yoga Day 2026!
21/06/2026

Happy International Yoga Day 2026!

20/06/2026

বিশ্বাসৰ যত্ন, সুস্থতাৰ হাঁহি।

সুস্থ হৈ ঘৰলৈ উভতি যোৱা এগৰাকী ৰোগীৰ কৃতজ্ঞতাৰ এই কথাই আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণা।

HM Hospital, Moran-ত আমি কেৱল চিকিৎসাই নহয়, প্ৰতিগৰাকী ৰোগীক দিওঁ আন্তৰিক যত্ন, আধুনিক চিকিৎসা সেৱা আৰু বিশ্বাসৰ আশ্বাস।

আপোনাৰ বা আপোনাৰ আপোনজনৰ স্বাস্থ্যৰ বাবে বাছনি কৰক HM Hospital, Moran।

আজিয়েই এপইণ্টমেণ্ট বুক কৰক।
(84866 38449)
আপোনাৰ সুস্থতাই আমাৰ অগ্ৰাধিকাৰ।

World Blood Donor Day
14/06/2026

World Blood Donor Day

11/06/2026

খোৱাৰ পিছত পেটত বিষ হয় নেকি?
ই সাধাৰণ গেছ বা অম্লতা নহ'বও পাৰে। Gall Bladder-ৰ সমস্যাৰ লক্ষণ হ'ব পাৰে খোৱাৰ পিছত হোৱা পেটৰ বিষ, বমি ভাব আৰু অস্বস্তি।
সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু লক্ষণসমূহ জানি লওক।

Appointment Booking: 81348 28783

06/06/2026

আমাৰ হৃদযন্ত্ৰই দিনে-ৰাতিয়ে অবিৰতভাৱে কাম কৰি থাকে। শৰীৰৰ এই গুৰুত্বপূৰ্ণ ইঞ্জিনটোকো সঠিক যত্ন আৰু নিয়মীয়া পৰীক্ষাৰ প্ৰয়োজন।

বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, হৃদস্পন্দন অস্বাভাৱিক হোৱা, অতি ক্লান্তি, মূৰ ঘূৰোৱা বা ভৰি ফুলা আদি লক্ষণক কেতিয়াও অৱহেলা নকৰিব। সময়মতে চিকিৎসা ল'লে বহু জটিল হৃদৰোগৰ পৰা হাত সাৰিব পাৰি।

ডাঃ বৰ্ণালী বৰুৱা, হৃদৰোগ বিশেষজ্ঞ (Cardiologist), প্ৰতিদিনে উপলব্ধ HM Hospital, Moran-ত।

আজিয়েই আপোনাৰ এপইণ্টমেণ্ট বুক কৰক আৰু আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লওক।
(84866 38449)

Trusted Healthcare with Experience & Care Your health deserves expert attention. Meet Dr. P. K. Bora, MD (Medicine), a h...
05/06/2026

Trusted Healthcare with Experience & Care

Your health deserves expert attention. Meet Dr. P. K. Bora, MD (Medicine), a highly experienced Medicine Specialist & Consultant Physician with 40+ years of clinical excellence.

From diabetes and hypertension management to respiratory, thyroid, gastric, liver, and chronic disease care, Dr. Bora provides comprehensive healthcare for patients of all ages.

Available: Monday to Saturday
OPD Consultation at HM Hospital, Moran
Book Your Appointment: 84866 38449 / 03754-226604

বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা!
05/06/2026

বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা!

World No To***co Day ***coDay  ***co  ***co
31/05/2026

World No To***co Day

***coDay ***co ***co

29/05/2026

Our cherished patient expresses his gratitude and feedback to Dr. Bornali Baruah Ma’am.

Appointment & Enquiry:
84866 38449

ঈদ-উল-জুহাৰ পোহৰময় শুভেচ্ছাএই পবিত্ৰ ঈদে আপোনাৰ জীৱনত ইতিবাচক শক্তি, মানসিক শান্তি, সুস্বাস্থ্য আৰু সুখ কঢ়িয়াই আনক। ত...
28/05/2026

ঈদ-উল-জুহাৰ পোহৰময় শুভেচ্ছা

এই পবিত্ৰ ঈদে আপোনাৰ জীৱনত ইতিবাচক শক্তি, মানসিক শান্তি, সুস্বাস্থ্য আৰু সুখ কঢ়িয়াই আনক।
ত্যাগ, সহানুভূতি আৰু ভালপোৱাৰ এই উৎসৱে সকলোৰে হৃদয় আনন্দেৰে ভৰাই তুলক।

HM Hospital, Moran
Peoli Nagar, Moranhat
📞 84866 38449 | 03754-226604

Address

Peoli Nagar, Moranhat Town
Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when HM Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category