25/10/2026
"ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মীয়ে সকলোৰে মংগল সাধন কৰক। মহালক্ষ্মীৰ আশীৰ্বাদে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু সমৃদ্ধি। লক্ষ্মী পূজাৰ হিয়াভৰা শুভেচ্ছা জনালোঁ!"
❤️