Acharya Pankaj Pathak

Acharya Pankaj Pathak official page of Acharya Pankaj Pathak

25/04/2026
আজি দেওবাৰ আছিল বাবে কেইজনমান মানুহক লগ কৰিলো । ৬ জন Cancer ৰোগী আছিল । আটাইকেইজনে চেন্নাই-মুম্বাই ঘুৰি সকলো টকা-পইচা শে...
04/08/2024

আজি দেওবাৰ আছিল বাবে কেইজনমান মানুহক লগ কৰিলো । ৬ জন Cancer ৰোগী আছিল । আটাইকেইজনে চেন্নাই-মুম্বাই ঘুৰি সকলো টকা-পইচা শেষ কৰি মোৰ ওচৰত আহিছে । মোৰ ওচৰত আহিছে যিহেতু নিৰাশ নকৰো । সকলোৰে বাবে ঔষধ বনাই দিলো ।

ফটোত দেখা বণৌষধি বিধক আমি সিংহপৰ্নি (Dandelion) বুলি কও । এইবিধ আগতে চাৰিওফালে পোৱা গৈছিল । আজিকালি নোপোৱা হ’ল । আপোনালোকে দেখিলে ঘৰতে সংৰক্ষণ কৰিব ।

এই বণৌষধিটো বহুকেইটা Cancer ৰ ঔষধ হয় । পেটৰ , মুখৰ , গলৰ কৰ্কট ৰোগৰ উপৰিও স্তন কৰ্কট আৰু তেজৰ কৰ্কট ৰোগতো বহুত ভাল কামত আহে ।

ইয়াৰ শিপা , ঠাল-ঠেঙুলি , পাত আদি সকলো ঔষধ হয় ।

ইয়াত থকা retinoic acid কৰ্কট ৰোগৰ কোষ বৃদ্ধি হোৱাটো অতি ক্ষিপ্ৰতাৰে বন্ধ কৰিব পাৰে । আধুনিক চিকিৎসা পদ্ধতিতো Retinoic acid ৰ দ্বাৰা তেজৰ কৰ্কট ৰোগৰ ঔষধ বনোৱা হয় । ইয়াৰ ৰসত পোৱা polyphenolic নামৰ ৰাসায়নিক দ্ৰব্যবিধেও কৰ্কট ৰোগৰ ভাল ঔষধ ।

ইয়াৰ উপৰিও curcumin, quercetin, and polyphenol আদি এই বণৌষধি বিধত পোৱা যায় , যি কৰ্কট ৰোগৰ টেমুনা বৃদ্ধিত বাধা দিয়ে ।।

কৰ্কট ৰোগ বৰ্তমান সমাজৰ বাবে অভিশাপ হৈছে । এইধৰনৰ ঔষধ আমাৰ চাৰিওফালে প্ৰকৃতিয়ে বিনামুল্যে দিছে আমাক । ব্যৱহাৰ কৰক আৰু সুফল পাওক । কিবা জানিব লগা থাকিলে অহা দেওবাৰে মোক পুনৰ ৰঙিয়াত লগ পাব । এনেকুৱা আৰু বহুত ঔষধ আছে কৰ্কট ৰোগীৰ , যিবোৰ মই সময়ে সময়ে লিখি থাকো ।।

যোগাযোগঃ 8472-942871

 # # # # # #অকস্মাত আপোনাৰ ভৰি ফুলি গৈছে নেকি , আপোনাৰ শৰীৰ বিজ বিজাই বিন্ধি থাকে নেকি ? বহুদিন পেচাব ৰঙা হৈ আছে নেকি ?গ...
27/07/2024

# # # # # #
অকস্মাত আপোনাৰ ভৰি ফুলি গৈছে নেকি , আপোনাৰ শৰীৰ বিজ বিজাই বিন্ধি থাকে নেকি ? বহুদিন পেচাব ৰঙা হৈ আছে নেকি ?
গাত তিল - মাহ আদি বাঢ়ি গৈছে নেকি ? ৰাতি বাৰে বাৰে পেচাব লাগি থাকে নেকি ? গাত কলা দাগ বাঢ়ি গৈছে নেকি বা চালৰ উজ্জলতা কমি গৈছে নেকি ? শৰীৰ ফুলি যোৱা যেন অনুভৱ হৈছে নেকি ?
যদি ওপৰৰ লক্ষণবোৰ আপোনাৰ শৰীৰত দেখা দিছে , তেন্তে আপুনি হয়তো অতি সোনকালে কিডনীৰ ৰোগী হব পাৰে ।
দীৰ্ঘদিন diabetic ৰ ঔষধ খাই থকা , pain killer খাই থকা , টিবি ৰোগৰ ঔষধ দীৰ্ঘদিন ধৰি সেৱন কৰা , মাদক দ্ৰব্য নিয়মিত সেৱন কৰা আদি , অত্যাধিক আমিষ ভোজন কৰা , Gym ত গৈ খুব বেছি প্ৰটিন খোৱা আদি মানুহৰো কিডনী নষ্ট হব পাৰে ।
এই সকলোবোৰৰ বাবে আপুনি পুৰ্ননভা ৰস খাব পাৰে । দৈনিক ৰাতিপুৱা আধা কাপ পূর্ণনভা ৰস 3 মাহ খালে লিভাৰ আৰু কিডনীয়ে নতুন জীবন পায় । মাদক দ্ৰৱ্য সেৱন কৰা ব্যক্তিয়ে বছৰত কমেও 3 মাহ খাৱক ।
পূৰ্ণনভা ৰস খালে কেৱল কিডনীৰ ৰোগেই নহয় , ই লিভাৰৰ বাবেও মহৌষধ হয় ।
মনত ৰাখিব , বেয়া হোৱাৰ পাছত ঔষধ খোৱাতকৈ বেয়া নোহোৱাকৈ ৰাখিব পৰাটো হেজাৰ গুনে ভাল I

for Online order , download our "sanjeevan life' app.

https://play.google.com/store/apps/details?id=com.sanjeevan.life&pcampaignid=web_share

Address

SHED NO 2, TIHU COMMERCIAL Estate , TIHU
Nalbari

Alerts

Be the first to know and let us send you an email when Acharya Pankaj Pathak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Acharya Pankaj Pathak:

Share