Silvercrest Multispeciality Hospital

Silvercrest Multispeciality Hospital Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Silvercrest Multispeciality Hospital, Hospital, NH 15, Moidomia, Borbocha,, North Lakhimpur.

"The heart of your healthcare"
Silvercrest Multispeciality Hospital is established with a vision to create a Central Hub for all medical care in North-East India. Silvercrest Hospital is established with a vision to provide best health care facilities to each and every citizen of the society..From lower income group to higher income group all are treated with equal care and equal treatment with an affordable budget.

04/06/2026

IVF চিকিৎসাৰে মাতৃত্বৰ সপোন পূৰণ কৰক

"The heart of your healthcare"
Silvercrest Multispeciality Hospital is established with a vision to create a Central Hub for all medical care in North-East India.

11/05/2026

কলকাতাৰ পৰা আহি আছে প্ৰখ্যাত neurosurgery ডাঃ ৰাকেশ কুমাৰ দাস
লখিমপুৰৰ Silvercrest
Multi-speciality Hospital ত

ৰাজহাড়, নাৰ্ভ, ব্ৰেইন আদিৰ যিকোনো সমস্যাৰ চিকিৎসা প্ৰদান কৰে বিশেষজ্ঞ গৰাকীয়ে

লগতে ষ্ট্ৰ'ক, মূৰ বিষ, মূৰ ঘূৰণি, কঁকালৰ বিষ, হাত ভৰি কঁপা আৰু জিনজিননি, আদি স্নায়ু জনিত ৰোগৰ চিকিৎসা প্ৰদান কৰে neurosurgery গৰাকীয়ে

17th মে দেওঁবাৰে তেওঁ পুনৰ উপস্থিত হব Silvercrest
Multi-speciality Hospital ত

আপুনিও যদি consultant neurosurgery ডাঃ ৰাকেশ কুমাৰ দাসৰ ওচৰত neuro সম্পৰ্কীয় যিকোনো ৰোগৰ চিকিৎসা গ্ৰহণ কৰিব বিচাৰে

যোগাযোগ কৰক
92879-52007, 92879-52001, 03752-222077

"The heart of your healthcare"
Silvercrest Multispeciality Hospital is established with a vision to create a Central Hub for all medical care in North-East India.

Wishing you a happy Mother's day
10/05/2026

Wishing you a happy Mother's day

05/05/2026

চতুর্থ (৪) বর্ষপূর্তি উপলক্ষে ৰোগীসকলৰ বাবে বিশেষ ৰেহাই

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা (FREE HEALTH CHECKUP)
RBS | HB | ECG

তলব লক্ষণসমূহ দেখা দিলে আমাৰ বিভিন্ন বিভাগীয় অভিজ্ঞ বিশেষজ্ঞৰ পৰা বিনামূলীয়াকৈ পৰামৰ্শ ল'ব পাৰিব।

*গল্ড ব্লাডাৰৰ পাথৰ

* ডুগাৰ / ডাইবেটিছ

* জণ্ডিচ

* হাই কলেষ্টৰেল (চবী)

* তেজ বমি হোবা, শৌচত তেজ যোৱা

* ফেটি লিভাৰ ও ফেটি পেনক্রিয়াছ

* খাদ্য খোৱাৰ পিছত পেট ফুলা বা পেটৰ বিষ

* কিডনী, UTI ৰ যিকোনো সমস্যা

* পুৰুষৰ যৌন সমস্যা

* ইউৰিক এচিদ, গাঠি বিষৰ সমস্যা

* প্রস্রাৱ বাৰত অসুবিধা

* হাত-ভৰি ফুলি যোৱা
মূত্রাশয়ত বক্ত দেখা

* গেষ্টিকৰ সমস্যা

* বন্ধাত্য সমস্যাৰ আৰু বাৰে বাৰে গর্ভপাত হোৱা সমস্যা,

* বুকুৰ ধপ-ধপনি

* যিকোনো স্ত্রীৰোগৰ বাবে যোগাযোগ কৰক।

* থাইৰয়ড সমস্যা

* যিকোনো ধৰণৰ নাক-কাণ-ডিঙিৰ সমস্যা

* চর্ম ৰোগ বা চালৰ যিকোনো সমস্যা (ছাল, চুলি, নখ)

* নিঃসন্তান দম্পতীৰ বিনামূলীয়া চিকিৎসাৰ পৰামৰ্শ

* হাড় ভঙা বা ফাটি যোৱা

* মহিলা এপেণ্ডিছ

* শিশু চিকিৎসা

* জ্বৰ, চর্দি, কাহ, মূৰৰ বিষ, গা বিষ

* নার্ভ (স্নায়ু ৰোগ)

* মহিলা বাল্যকালৰ পৰা বয়োজ্যেষ্ঠ লৈকে হোৱা মাহেকীয়া সমস্যা বা স্ত্রীজনিত ৰোগৰ চিকিৎসা

"The heart of your healthcare"
Silvercrest Multispeciality Hospital is established with a vision to create a Central Hub for all medical care in North-East India.

Address

NH 15, Moidomia, Borbocha,
North Lakhimpur
787032

Alerts

Be the first to know and let us send you an email when Silvercrest Multispeciality Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Silvercrest Multispeciality Hospital:

Shortcuts

Share

Category