22/06/2026
🕉️ অম্বুবাচী মহাযোগ ২০২৬ 🕉️
মা কামাখ্যাৰ পবিত্ৰ শক্তিৰ এই বিশেষ সময়ত সকলো ভক্তক জনাইছোঁ আন্তৰিক শুভেচ্ছা। 🙏
📿 প্ৰবৃত্তি (আৰম্ভণি): ২২ জুন ২০২৬, সোমবাৰ, নিশা ৯:০৮ বজাত
📿 নিবৃত্তি (সামৰণি): ২৬ জুন ২০২৬, শুকুৰবাৰ, নিশা ১০:৫৭ বজাত
অম্বুবাচী হৈছে শক্তি, সাধনা আৰু আধ্যাত্মিক জাগৰণৰ এক মহাপৱিত্ৰ পৰ্ব। এই সময়ত মা কামাখ্যাৰ কৃপা লাভৰ বাবে ভক্তসকলে প্ৰাৰ্থনা, জপ-তপ আৰু সাধনাত নিজকে নিয়োজিত কৰে।
🌺 মা কামাখ্যাৰ আশীৰ্বাদে আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক।
🙏 জয় মা কামাখ্যা 🙏
📍 North Lakhimpur
📞 +91 7636933293
🌺🕉️🙏