14/07/2026
অহা 19 জুলাই 2026 তাৰিখ দেওবাৰে পেট, লিভাৰ আৰু গেষ্ট্ৰোলজি বিশেষজ্ঞ ডাঃ দিপাংকৰ দাসে (Consultant Gastroenterologist & Hepatologist) আৰোগ্যম মেডিকেল হলত সেৱা আগবহাব।
যোগাযোগ- 9435078027, 099542 75743 ,9854166355