DrKuladip Dutta

DrKuladip Dutta I m a Dental Surgeon and passionate about blogging too.

----------------------মুখৰ সৌন্দৰ্য্য------------------                 আধুনিক যুগত মহিলা যিমান সৌন্দৰ্য্যৰ প্ৰতি সজাগ হ...
20/08/2025

----------------------মুখৰ সৌন্দৰ্য্য------------------


আধুনিক যুগত মহিলা যিমান সৌন্দৰ্য্যৰ প্ৰতি সজাগ হৈছে সিমানে সজাগ হৈছে পুৰুষখিনিও । কেবল মাথো Beauty Parlour য়ে নহয় Dentist ৰ Clinictত ও সৌন্দৰ্য্য বৃদ্ধিৰ কাৰণে আজিকালি ভিৰ হোৱা হৈছে ।

দাতঁৰ গঠণে কেৱল খাদ্য খোৱাত সহায়ক হোৱাৰ উপৰিও মুখৰ আকৃতি, স্পষ্ট উচ্চাৰণতো অপৰিহাৰ্য্য । আপোনালোকৰ দাতঁৰ ৰং আৰু গঠণমুলক সমস্যা সমাধানৰ কাৰণে Asthetic Dentistry ৰ বিভিন্ন Crownৰ মাধ্যমেৰে তাক সমাধান কৰা যায় । তেনেক্ষেত্ৰত Normal PFM Crown বা Zirconia Crown লগোৱা হয় । কিন্তু Zirconia Crown ৰ গঠণ আৰু সৌন্দৰ্য্যৰ আগত তুলনাহীন । কাষৰ ছবি কেইটাত বুজি পাব ।

হলিউডৰ দুৱা লিপা, স্কাৰলেট জোহানছন, কৃষ্টিয়ানো ৰোনাল্ডো বা বলিউডৰ প্ৰিয়ংকা চোপ্ৰা, তাৰা চুটাৰিয়া, কিয়েৰা আদৱাণী, কাৰ্তিক আৰয়ানকে ধৰি প্ৰায় সকলোৱে Zirconia Laminates বা Zirconia Crown লগাই মুখখন চকুতলগা কৰিছে । Zirconia Laminates তকৈ Zirconia Crown টো বেছি মজবুত হয় ।

আপুনি ভাবিছে খৰছ বহুত হব নহয় আপোনালোকৰ বাজেটৰ ভিতৰত আমি কৰি দিম । Zirconia Crown দুই ধৰণৰ Guarantee থকা আৰু নথকা । আপোনালোকে দামৰ বিষয়ে অধিক জানিবলৈ Messege কৰিব ।
ধন্যবাদেৰে - কুহিঁ ডেন্টেল ক্লিনিক ।

।। Challenge হিচাবে লৈছিলো পূৰণ কৰিলো ।।    👉 এজন Patient য়ে তামোল খাওঁতে দাঁত এটাৰ আধা অংশই ভাঙি থাকিল । মোক Request কৰ...
17/08/2024

।। Challenge হিচাবে লৈছিলো পূৰণ কৰিলো ।। 👉 এজন Patient য়ে তামোল খাওঁতে দাঁত এটাৰ আধা অংশই ভাঙি থাকিল । মোক Request কৰিলে বচাই দিব লাগে ।
👉 মই কলো Try কৰি চাম । Post বহাব পাৰি কিন্তু অতিৰিক্ত টকা দিবলৈও ৰাজী নহয় ।কি কৰিব কিছুমানে আজিকালি মাছৰ বজাৰত দৰ খেলোৱা দিয়ে ।
👉 ভাল Treatment পাবলৈ উচিত মূল্য দিব লাগিব । বহুখিনি কষ্ট কৰি কম সময়ৰ ভিতৰত দাতঁটো বনাই Crown লগাই দিলো ।

এইজন Patient ৰ মই আগতে RCT কৰি থোৱা   Lower molar 6 টো এতিয়া Crown বহাই দিয়া হ'ল। গোটেই প্ৰক্ৰিয়াটো Step by step দেখুও...
15/08/2023

এইজন Patient ৰ মই আগতে RCT কৰি থোৱা Lower molar 6 টো এতিয়া Crown বহাই দিয়া হ'ল।
গোটেই প্ৰক্ৰিয়াটো Step by step দেখুওৱা হ'ল 🦷💐🍃

Address

Pathsala

Website

Alerts

Be the first to know and let us send you an email when DrKuladip Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to DrKuladip Dutta:

Shortcuts

Share