Vikramaditya Astro Centre -"Pathsala Branch"

Vikramaditya Astro Centre -"Pathsala Branch" Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vikramaditya Astro Centre -"Pathsala Branch", Astrologist & Psychic, Pathsala, Bhutan Road, Sinaki Bibah Bhawan, Pathsala.
(1)

জয় বজৰংবলী‌🙏🏻🙏🏻হে সংকতমোচন তোমাৰ চৰণত প্ৰথনা কৰিছো অসমত অহা এই প্ৰলংকাৰী বানপানী ৰোধ কৰা আৰু বানাক্ৰান্তক সকাহ  দিয়া ।  ...
01/08/2026

জয় বজৰংবলী‌🙏🏻🙏🏻

হে সংকতমোচন তোমাৰ চৰণত প্ৰথনা কৰিছো
অসমত অহা এই প্ৰলংকাৰী বানপানী ৰোধ কৰা আৰু বানাক্ৰান্তক সকাহ দিয়া ।

🙏

''গুৰু ব্ৰহ্মা গুৰুবিষ্ণু গুৰু দেৱো মহেশ্বৰ,গুৰু সাক্ষাৎ পৰম ব্ৰহ্মতস্মৈ শ্রী গুৰুৱে নমঃ।''আজি মহর্ষি ব্যাসদেৱৰ জন্মদিন।...
29/07/2026

''গুৰু ব্ৰহ্মা গুৰু
বিষ্ণু গুৰু দেৱো মহেশ্বৰ,
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম
তস্মৈ শ্রী গুৰুৱে নমঃ।''

আজি মহর্ষি ব্যাসদেৱৰ জন্মদিন। এই পৱিত্ৰ দিনত সকলোকে গুৰু পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

🙏

28/07/2026

📌এযোৰ love birds ৰ মুৰ্তিৰে কৰি তোলাক আপোনাৰ সম্পৰ্কটি মধুৰ!

📌বাস্তুশাস্ত্ৰৰ এক সহজ টিপছ্ আপোনাৰ সম্পৰ্কটিৰ বাবে

28/07/2026

যদি আপুনি কিছু সমস্যাৰে যুজি আছে আজি এ যোগাযোগ কৰক
৯৯৫৫১১২২৩০ (গুৱাহাটী)
৮৮২২৩৩২২০০ (গুৱাহাটী)
Get MIRACULOUS Solutions to your Life Problems - Career | Finance | Children | Business | Health l Relationship l Negativety l
Experience the Magic and change your Life forever !
Time: 9am to 7pm
Book your Appointment for :
Please contact-
9955112230 (Guwahati)
8822332200 (Guwahati)
Jadu Samrat VIKRAM
(Award winning Astro-Magician, Numerologist, Expert Vastu Consultant)






26/07/2026

বাস্তুয়ন্ত্ৰ স্থাপনৰ কিছু বিশেষ মূহুৰ্ত
Book Vastu visit :- 8822332200/9955112230
Vastu Visit :- Guwahati, Assam
Vastu expert :- Dr Vikram Aditya
আপোনাৰ ঘৰখনত যদি বাস্তুৰ সঠিক সমন্বয় নাথাকে বা বাস্তুত অসামঞ্জস্য দেখা দিয়ে, তেন্তে লাহে লাহে আপোনাৰ জীৱনত বহু সমস্যাই ঠাই ল’ব পাৰে।
যেনে— আয়ৰ পথ বন্ধ হৈ যোৱা,
অপ্ৰয়োজনীয় ঋণত পৰি যোৱা বা ঋণ দিনে দিনে বৃদ্ধি পোৱা,
ঘৰৰ সদস্যসকল বিনা কাৰণতে অসুখত ভুগি থকা,
ঘৰৰ মূৰব্বীজনৰ মানসিক চাপ বৃদ্ধি, মূৰৰ বিষ, অশান্তি আৰু উদ্বেগ বাঢ়ি যোৱা,
পৰিয়ালৰ মাজত সৰু কথাতে কাজিয়া,
একে ঘৰত থাকিও সকলোৱে নিজকে মালিক বুলি ভাবি লোৱা, কাৰো অধীনত থাকিব নিবিচৰা মনোভাৱ,
টোপনি কম হোৱা, লগতে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি।
এই সকলোবোৰ লক্ষণ দেখা দিলে বুজিব লাগিব—
আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, অৰ্থাৎ আপোনাৰ ঘৰখন বাস্তু দিশত Mismatch হৈ আছে।
এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিলে,
Vikramaditya Astro And Spiritual Centerৰ সৈতে আজিেই যোগাযোগ কৰক।
আমাৰ অভিজ্ঞ বাস্তু বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ ঘৰখন সম্পূৰ্ণভাৱে Vastu Balance কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ পথ সুগম কৰিবলৈ আমি সদায় প্ৰস্তুত।

25/07/2026
সকলোকে সু-প্ৰভাতবজৰংবলীয়ে বানাক্ৰান্ত প্ৰতিজন ব্যক্তি আৰু পৰিয়ালক সাহস দিয়ক কুশলে ৰাখক  , জয় হনুমান 🌺🙏                ...
25/07/2026

সকলোকে সু-প্ৰভাত

বজৰংবলীয়ে বানাক্ৰান্ত প্ৰতিজন ব্যক্তি আৰু পৰিয়ালক সাহস দিয়ক কুশলে ৰাখক , জয় হনুমান 🌺🙏


24/07/2026

📌আপোনাৰ ঘৰত হাই-কাজিয়াৰ সৃষ্টি হৈছে নেকি?

📌ঘৰত স্বামীৰ স্ত্ৰীৰ মাজত মনোমালিন্যতা বৃদ্ধি পাইছে নেকি?

📌ঘৰত সুখ - শান্তি নোহোৱা হৈছে নেকি ?

📌যদিহে আপুনি এনে ধৰনৰ সমস্যাৰ সমাধান বিচাৰে তেনেহলে কৰক এই কেইটা কাম

Address

Pathsala, Bhutan Road, Sinaki Bibah Bhawan
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Vikramaditya Astro Centre -"Pathsala Branch" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share