ৰহা সাৰ্বজনীন শ্মশান সমিতি

  • Home
  • India
  • Raha
  • ৰহা সাৰ্বজনীন শ্মশান সমিতি

ৰহা সাৰ্বজনীন শ্মশান সমিতি আমাৰ ইয়াত শৱ দাহৰ সুবিধা আছে

 #ৰহা_সাৰ্বজনীন_শ্মশানৰ উন্নয়নমূলক কাৰ্যৰ বাবে বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা ৫০০০০০/- টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে ৰহা স...
07/01/2026

#ৰহা_সাৰ্বজনীন_শ্মশানৰ উন্নয়নমূলক কাৰ্যৰ বাবে বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা ৫০০০০০/- টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী যুত শশীকান্ত দাস দেৱে।
মাননীয় বিধায়ক শ্ৰী যুত শশীকান্ত দাস দেৱলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏
Sashi Kanta Das

13/03/2025

সকলোৰে সহায়-সহযোগিতা কামনা কৰিলোঁ 🙏🙏🙏

আমাৰ আৱেদনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৰহা পৌৰসভাৰ তৰফৰ পৰা "ৰহা সাৰ্বজনীন শ্মশান"ত আজি চাৰিটাকৈ সৌৰ বাতি (Solar Light) সং...
08/01/2025

আমাৰ আৱেদনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ৰহা পৌৰসভাৰ তৰফৰ পৰা "ৰহা সাৰ্বজনীন শ্মশান"ত আজি চাৰিটাকৈ সৌৰ বাতি (Solar Light) সংস্থাপন কৰি দিয়ে। এই সুযোগতে ৰহা পৌৰসভাৰ পৌৰপতি মাননীয়া বন্তি হাজৰিকা ডাঙৰীয়ানীৰ লগতে সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Address

Raha Barapujia Road
Raha
782103

Website

Alerts

Be the first to know and let us send you an email when ৰহা সাৰ্বজনীন শ্মশান সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share