Sabita Borah

Sabita Borah housewife & Mother also a video creator

24/08/2026

Tips
07/08/2026

Tips

23/07/2026

বানপানী আহিল, বানপানী গল। আমি সকলো পাহৰি যাম,
আঁচনিৰ চকু চাতমৰা বিজ্ঞাপনৰ চমকত আমি বিভোৰ হম।
খমখমীয়া গান্ধীৰ ছবি অঁকা কাগজবোৰ
তেওঁলোকে ওপৰলৈ ছাটি মাৰি উৰাই দিব,
পাতল কাগজবোৰৰ লগত আমিও উৰিম।

21/07/2026
20/07/2026

পকা ঘৰ, কেচা ঘৰ, ধনী-দুখীয়া,মাটী-বাৰী, সা-সম্প্ৰতী, ভাল মানুহ, বেয়া মানুহ সকলোবোৰৰ একেই দশা। কি কৰিব প্ৰকৃতিৰ তাণ্ডৱ লীলা কোনে ৰুধিব।

19/07/2026

তুমি নহলে এই চহৰত নুফুলে বগেনভেলীয়া☺️☺️

Address

Sibsagar

Telephone

+918638115929

Website

=100067135718971

Alerts

Be the first to know and let us send you an email when Sabita Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Sabita Borah:

Shortcuts

Share