25/07/2026
শেহতীয়া বানপানীৰ পৰিস্থিতিৰ বাবে সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হোৱা PB Drugs & Care আৰু PB Dental Clinic পুনৰ আপোনালোকৰ সেৱাত মুকলি হৈছে।
💊 ফাৰ্মাচী সেৱা পুনৰ আৰম্ভ হৈছে।
🦷 দাঁতৰ চিকিৎসা আৰু জৰুৰীকালীন দন্ত সেৱাও উপলব্ধ।
⚠️ বিশেষজ্ঞ চিকিৎসকৰ OPD সেৱা পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হোৱাৰ পিছত পুনৰ আৰম্ভ কৰা হ’ব।
এই কঠিন সময়ছোৱাত আপোনালোকৰ ধৈৰ্য্য, আস্থা আৰু অকুণ্ঠ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ। আপোনালোকৰ সু-স্বাস্থ্য আৰু বিশ্বাসেই আমাৰ আগবাঢ়ি যোৱাৰ প্ৰেৰণা।
আপোনালোকৰ স্বাস্থ্যই আমাৰ প্ৰথম অগ্ৰাধিকাৰ।