Dey's Medical

Dey's Medical Dey’s Medical, Tamarhat is a trusted healthcare center dedicated to providing reliable medical services and specialist consultations under one roof.

We focus on accurate diagnosis, patient-friendly care, and ethical medical guidance. A Legacy of Care

শ্রদ্ধেয় ৰাইজ আমি তামাৰহাট দেইচ মেডিকেলৰ পৰা আপোনালোকক জনাও যে আজি বিশেষ কাৰণত Dr.Imran Bahar Mazar Bhuiya MBBS MS (Ort...
07/06/2026

শ্রদ্ধেয় ৰাইজ আমি তামাৰহাট দেইচ মেডিকেলৰ পৰা আপোনালোকক জনাও যে আজি বিশেষ কাৰণত Dr.Imran Bahar Mazar Bhuiya MBBS MS (Orthopedic surgery) OPD সেৱা আগবঢ়াব নোৱাৰে গতিকে অহাকালি সোমবাৰ ০৮/০৬/২৬ আবেলি 3টা মান বজাত OPD সেৱা আগবঢ়াব

06/06/2026

আজকে শনিবার ০৬/০৬/২৬ DEYS MEDICAL TAMARHAT এ রোগী দেখবেন Gynaecologist
Dr H Rahman(MBBS MS)
For Appointment
Call 7086402541

গেষ্ট্ৰ’এণ্টেৰ’লজী চেম্বাৰ তামাৰহাটতাৰিখ-০৭/০৬/২০২৬. সময় -দুপুৰীয়া-২ বজাত যোগাযোগৰ নম্বৰ ‌‌ -৭০৮৬৪০২৫৪১/৯৩৬৫৫১১৫৬৪  rs...
04/06/2026

গেষ্ট্ৰ’এণ্টেৰ’লজী চেম্বাৰ তামাৰহাট
তাৰিখ-০৭/০৬/২০২৬. সময় -দুপুৰীয়া-২ বজাত

যোগাযোগৰ নম্বৰ ‌‌ -৭০৮৬৪০২৫৪১/৯৩৬৫৫১১৫৬৪
rs ゚viralvideo

⚠️ গিলিবলৈ অসুবিধা হৈছে নেকি? অৱহেলা নকৰিব ⚠️

খাদ্য বা পানী গিলিবলৈ কষ্ট হোৱা (Dysphagia) বহু সময়ত গুৰুত্বপূর্ণ ৰোগৰ লক্ষণ হ’ব পাৰে।
এই সমস্যাৰ সঠিক কাৰণ জানিবলৈ Upper GI Endoscopy অত্যন্ত প্ৰয়োজনীয়।

🔍 Endoscopy ৰ মাধ্যমে ধৰা পেলাব পাৰি:
• খাদ্যনলীৰ কেঞ্চাৰ
• খাদ্যনলী সংকুচিত হোৱা
• Acid reflux ৰ ক্ষতি
• আলচাৰ বা সংক্রমণ
• খাদ্য আৱদ্ধ হোৱা

✅ যদি প্ৰয়োজন হয়, Biopsy লৈ ৰোগটোৰ বিষয়ে অধিক তথ্য জানিব পাৰি।
✅ বহু ক্ষেত্ৰত Endoscopy ৰ সময়তেই চিকিৎসাও সম্ভৱ।

🚨 এই লক্ষণসমূহ থাকিলে দেৰী নকৰিব:
• দিনক দিনে গিলিবলৈ বেছি কষ্ট
• ওজন কমি যোৱা
• পানী গিলিবলৈও অসুবিধা
• তেজ বমি হোৱা

সময়মতে কৰা Endoscopy এ বহু ক্ষেত্ৰত জীৱন ৰক্ষা কৰিব পাৰে।

*অৰ্থ'পেডিক চাৰ্জনৰ বিজ্ঞাপন ---*হাড়-জোৰ আৰু মেৰুদণ্ডৰ সমস্যাৰে ভুগিছেনে?*DR.IMRAN BAHAR MAZARBHUIYA M.S. Ortho  অভিজ্ঞ...
03/06/2026

*অৰ্থ'পেডিক চাৰ্জনৰ বিজ্ঞাপন

---

*হাড়-জোৰ আৰু মেৰুদণ্ডৰ সমস্যাৰে ভুগিছেনে?*

DR.IMRAN BAHAR MAZARBHUIYA M.S. Ortho
অভিজ্ঞ অৰ্থ'পেডিক আৰু জয়েন্ট ৰিপ্লেচমেণ্ট চাৰ্জন (Dhubri Medical college and Hospital) at
DEY'S MEDICAL TAMARHAT

*আমাৰ সেৱাসমূহ:*
- হাড় ভগা আৰু সন্ধিচ্যুতিৰ চিকিৎসা
- হাঁটু, নিতম্ব আৰু কান্ধৰ জয়েন্ট ৰিপ্লেচমেণ্ট
- আৰ্থ্ৰাইটিছ আৰু কঁকালৰ বিষৰ চিকিৎসা
- মেৰুদণ্ডৰ সমস্যা আৰু স্লিপ ডিস্ক
- খেলপথাৰ আঘাত আৰু লিগামেণ্ট ফাটি যোৱাৰ চিকিৎসা

*কিয় আমাক বাছি ল'ব:*

- আধুনিক চিকিৎসা আৰু অস্ত্ৰোপচাৰ পদ্ধতি
- ৰোগীৰ যত্ন আৰু ফল'আপৰ ওপৰত বিশেষ গুৰুত্ব

*সময়:* ৰবিবাৰ, পুৱা ১০ বজাৰ পৰা
*ঠিকনা:* DEYS MEDICAL TAMARHAT
*যোগাযোগ:*
7086402541

_"বিষমুক্ত জীৱনৰ বাবে আজিয়েই পৰামৰ্শ লওক"_

02/06/2026

গেষ্ট্ৰ’এণ্টেৰ’লজী চেম্বাৰ তামাৰহাট
তাৰিখ-০৭/০৬/২০২৬. সময় -দুপুৰীয়া-২ বজাত

যোগাযোগৰ নম্বৰ ‌‌ -৭০৮৬৪০২৫৪১/৯৩৬৫৫১১৫৬৪
゚viralvideo

01/06/2026

গেষ্ট্ৰ’এণ্টেৰ’লজী চেম্বাৰ তামাৰহাট
তাৰিখ-০৭/০৬/২০২৬.(ৰবিবাৰ )সময় -দুপুৰীয়া-২ বজাত
যোগাযোগৰ ঠিকনা -দেছ মেডিকেল তামাৰহাট
যোগাযোগৰ নম্বৰ ‌‌ -৭০৮৬৪০২৫৪১/৯৩৬৫৫১১৫৬৪

Gastroentrology Chamber
Data-07/06/26 Time-2PM
Address -DEYS MEDICAL TAMARHAT
CONT-7086402541/9365511564

01/06/2026

গেষ্ট্ৰ’এণ্টেৰ’লজী চেম্বাৰ তামাৰহাট
তাৰিখ-০৭/০৬/২০২৬.(ৰবিবাৰ )সময় -দুপুৰীয়া-২ বজাত
যোগাযোগৰ ঠিকনা -দেছ মেডিকেল তামাৰহাট
যোগাযোগৰ নম্বৰ ‌‌ -৭০৮৬৪০২৫৪১/৯৩৬৫৫১১৫৬৪

Gastroentrology Chamber
Data-07/06/26 Time-2PM
Address -DEYS MEDICAL TAMARHAT
CONT-7086402541/9365511564

゚viralvideo
Good News for the people of TAMARHAT

01/06/2026

গেষ্ট্ৰ’এণ্টেৰ’লজী চেম্বাৰ তামাৰহাট
তাৰিখ-০৭/০৬/২০২৬.(ৰবিবাৰ )সময় -দুপুৰীয়া-২ বজাত
যোগাযোগৰ ঠিকনা -দেছ মেডিকেল তামাৰহাট
যোগাযোগৰ নম্বৰ ‌‌ -৭০৮৬৪০২৫৪১/৯৩৬৫৫১১৫৬৪

Gastroentrology Chamber
Data-07/06/26 Time-2PM
Address -DEYS MEDICAL TAMARHAT
CONT-7086402541/9365511564

゚viralvideo
Good News for the people of TAMARHAT

Dey’s Medical, Tamarhat is a trusted healthcare center dedicated to providing reliable medical services and specialist consultations under one roof. We focus on accurate diagnosis, patient-friendly care, and ethical medical guidance. A Legacy of Care

31/05/2026

আজি ৰবিবাৰ ইং 31/05/2026. সময় ৰাতিপুৱা ১১ বজাত DEY'S MEDICAL TAMARHAT ত চৰ্ম ৰোগ বিশেষজ্ঞ (SKIN SPECIALIST) আৰু যৌন ৰোগ বিশেষজ্ঞ (Sexologist) .DR B H DAS MBBS MD DERMATOLOGIST চিকিৎসা সেৱা আগবঢ়াব
যোগাযোগৰ নম্বৰ -9365511564/9365685270

অহাকালি ৰবিবাৰ বাৰ ইং 31/05/2026. সময় ৰাতিপুৱা ১১ বজাত DEY'S MEDICAL TAMARHAT ত চৰ্ম ৰোগ বিশেষজ্ঞ (SKIN SPECIALIST) আৰু...
30/05/2026

অহাকালি ৰবিবাৰ বাৰ ইং 31/05/2026. সময় ৰাতিপুৱা ১১ বজাত DEY'S MEDICAL TAMARHAT ত চৰ্ম ৰোগ বিশেষজ্ঞ (SKIN SPECIALIST) আৰু যৌন ৰোগ বিশেষজ্ঞ (Sexologist) .DR B H DAS MBBS MD DERMATOLOGIST চিকিৎসা সেৱা আগবঢ়াব
যোগাযোগৰ নম্বৰ -9365511564/9365685270

Address

NH127(B), Tamarhat Chariali
Tamarhat
783332

Opening Hours

Monday 7am - 10pm
Tuesday 7am - 10pm
Wednesday 7am - 10pm
Thursday 7am - 10pm
Friday 7am - 10pm
Saturday 7am - 10pm
Sunday 7am - 10pm

Website

Alerts

Be the first to know and let us send you an email when Dey's Medical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share