Drishti Eye Care Centre & Optical

Drishti Eye Care Centre & Optical যিকোনো ধৰণৰ চকুৰ সমস্যাৰ কাৰণে যোগাযোগ কৰক… ফোন নম্বৰ - ৯৬৭৮০২৮১০৩

আপোনাৰ বয়স চল্লিশৰ উৰ্দ্ধৰ  নেকি ? আপুনি নিশ্চয় সৰু সৰু আখৰ অথবা মোবাইৰ নাম্বাৰ অথবা দোকানৰ বস্তুত থকা MRP চাবলৈ অসুবিধা...
07/04/2023

আপোনাৰ বয়স চল্লিশৰ উৰ্দ্ধৰ নেকি ?

আপুনি নিশ্চয় সৰু সৰু আখৰ অথবা মোবাইৰ নাম্বাৰ অথবা দোকানৰ বস্তুত থকা MRP চাবলৈ অসুবিধা পাই??

দেৰি নকৰিব আপোনাৰ চকুৰ পাৱাৰ বিনামূলীয়াকৈ দেখাই ল'ব পাৰিব টীয়কৰ
দৃষ্টি আইকেয়াৰ চেণ্টাৰত।

ৰঙালী বিহুৰ শুভেচ্ছাৰে বিনামূলীয়া চকু পৰীক্ষা

Drishti Eye Care Cantre ,Teok Bora Bazaar

8471870817

Online booking - www.caremyeye.in

আপোনাৰ চকুযুৰিৰ যতন সচাই লয়নে??? যোগাযোগ কৰক দৃষ্টি আইকেয়াৰ চেন্টাৰ, টীয়ক বৰাবজাৰ  Ph- 8471870817For Online booking - ww...
07/04/2023

আপোনাৰ চকুযুৰিৰ যতন সচাই লয়নে???

যোগাযোগ কৰক দৃষ্টি আইকেয়াৰ চেন্টাৰ, টীয়ক বৰাবজাৰ
Ph- 8471870817

For Online booking - www.caremyeye.in

আপোনাৰ চকুযুৰিৰ নিতৌ যতন লওক… ১। চকুযোৰ জুখতকৈ বেছিকৈ হাতেৰে বা হাতৰ মুঠিৰে নুমুহাৰিব ২। সঘনাই হাত ধুৱলৈ অনুশীলন কৰক। বী...
07/10/2022

আপোনাৰ চকুযুৰিৰ নিতৌ যতন লওক…

১। চকুযোৰ জুখতকৈ বেছিকৈ হাতেৰে বা হাতৰ মুঠিৰে নুমুহাৰিব

২। সঘনাই হাত ধুৱলৈ অনুশীলন কৰক। বীজাণুৰ পৰা হাত সাৰি থাকিবলৈ সঘনাই হাত ধোৱাৰ অভ্যাস কৰক

৩। সূৰ্যৰ ৰশ্মিৰ পৰা আপোনাৰ চকুযুৰিক বচাওক

৪। পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক লগতে চকুযুৰিও তিয়াই ৰাখিবলৈ চেষ্টা কৰক।

৫। ধূম্ৰপান সম্পূৰ্ণৰূপে পৰিহাৰ কৰক ।

৬। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক।

৭। পঢ়া শুনা কৰোতে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা পঢ়িবলৈ চেষ্টা কৰিব আৰু পৰাপক্ষত পৰ্যাপ্ত পৰিমাণৰ পোহৰতহে পঢ়া শুনা কৰিব ।

৮। উন্নত মানৰ চকুৰ মেকআপ ৱ্যৱহাৰ কৰিব।

৯। যিমান পাৰি সিমান শুবলৈ চেষ্টা কৰিব। সাধাৰণতে প্ৰায় ৭-৮ ঘণ্টা শুবলৈ চেষ্টা কৰিব।

১০। যিকোনো কাম কৰোতে চকুযুৰি বচাই ৰাখিবলৈ Eye Safety Gear ৱ্যৱহাৰ কৰক।

১১। আপোনাৰ চৌপাশটোৰ পৰিস্কাৰ পৰিচন্নতা বজাই ৰাখক।।

দৃষ্টি আই কেয়াৰ চেণ্টাৰ , টীয়ক ।।

যোগাযোগ নং- 8471870817 // 9678028103

Corneal Abrasion ©DRISHTI EYE CARE CENTRE, TEOK Ph No- 9678028103
07/02/2022

Corneal Abrasion

©DRISHTI EYE CARE CENTRE, TEOK

Ph No- 9678028103

Foreign Body on Cornea©DRISHTI EYE CARE CENTRE, TEOK Ph No- 9678028103
06/02/2022

Foreign Body on Cornea

©DRISHTI EYE CARE CENTRE, TEOK
Ph No- 9678028103

Address

Teok
785112

Opening Hours

Monday 10am - 8pm
Tuesday 10am - 8pm
Wednesday 10am - 8pm
Thursday 10am - 8pm
Friday 10am - 8pm
Saturday 10am - 8pm

Telephone

+919678028103

Website

Alerts

Be the first to know and let us send you an email when Drishti Eye Care Centre & Optical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category