21/07/2026
💐আকৌ এবাৰ♥️ নজনা সকলৰ বাবে ♥️💐
#বহুকেইজনে মোক Access bars ৰ বিষয়ে মেচেজ কৰি সুধি আছিল। সেই কাৰণে লিখিলোঁ।
💚💚 Access bars কি ?
✨ Access bars হ'ল এনেকুৱা এটা পদ্ধতি যাক আমি স্পৰ্শ চিকিৎসা বুলিও কব পাৰোঁ।
✨ আমাৰ মুৰত ৩২ টা Points আছে আৰু সেই ৩২ টা points ত হাতৰ আঙুলিৰে Bars দিব লাগে। ইয়াকে session বা Therapy দিয়া বুলি কোৱা হয়।
✨ আমাৰ জীৱনত বহুতো নিগেটিভ চিন্তা, ভয় পুৰণি দুখৰ বোজা জমা হৈ থাকে আৰু সেইবোৰেই আমাৰ মগজু আৰু জীৱনত Blackeg সৃষ্টি কৰি জীৱনটো আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি কৰে।
Access bars কৰিলে বা Session ললে মগজুত থকা অদৰকাৰী চিন্তা, নিগেটিভ এনাৰ্জী লাহে লাহে ৰিলিজ হয়।
✨ এই Therapy ললে অকল যে আমাৰ মগজুৰ পৰা অদৰকাৰী চিন্তাই নোহোৱা হয় তেনেকুৱা নহয়, আমাৰ চাৰিওফালৰ বিভিন্ন সমস্যা লাহে লাহে আতৰি যাবলৈ ধৰে।
✨ Access bars কৰিলে বা Session ললে কি কি লাভ হয় — 👉 (HCRM)অৰ্থাৎHealth,Career,Relationship আৰু Money সকলোতে পৰিবৰ্তন দেখা যায়।
👉 Money blockage খোল খায়।
👉 মগজু relax হয়
👉 মানসিক চাপ (strees) কমাই
👉অতিৰিক্ত চিন্তা (Overthinking) হ্ৰাস কৰে।
👉 মন শান্ত আৰু ভাল হয় ।
👉 টোপনি ভাল হয় ।
👉 আত্মবিশ্বাস বাঢ়ে আৰু দেহ পাতল পাতল হয়।
👉 মনটো অনবৰতে ভাল লাগি থাকে
👉 সম্পৰ্কবোৰ, বিশেষকৈ পতি - পত্নীৰ মাজৰ সম্পৰ্ক ভাল কৰে।
👉 স্বাস্থ্যৰ উন্নতি হয় বিশেষকৈ মুৰৰ বিষ বা মাইগ্ৰেন নাইকিয়া কৰে।
👉 বিষকে আদি কৰি শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
👉 খং - ৰাগ কমি যায়।
👉 ল'ৰা - ছোৱালীৰ পঢ়াৰ প্ৰতি মনোযোগ বাঢ়ে।
💚💚 যদি আপুনি জীৱনত বহুত বেছি সুখী হব বিচাৰিছে, জীৱনটো সুন্দৰকৈ উপভোগ কৰিব বিচাৰে তেন্তে Access bars আপোনাৰ সহায়ক হব।
💚💚 এবাৰ অনুভৱ কৰক, Access bars Session লওক আপোনাৰ ও জীৱন সলনি হব পাৰে।
💚💚 যদি কোনোবাই তেজপুৰ আৰু নলবাৰীত থেৰাপি বা Session লব বিচাৰিছে আৰু মোৰ লগত যোগাযোগ কৰিব পাৰে। 💚🙏🙏🙏
এইটো নম্বৰত —84860 21867