Sarathi IVF Centre

Call Directions Website Contact the practice

Sarathi IVF Centre Fulfilling your Dream of Parenthood

আজি আমাৰ শ্ৰদ্ধাৰ তথা মৰমৰ চি.এম.ডি. (CMD) ছাৰ, ডাঃ তপন ডেকা দেৱৰ ওপজা দিন। সমগ্ৰ NMH পৰিয়ালৰ তৰফৰ পৰা ছাৰলৈ জন্মদিনৰ অল...
08/11/2026

আজি আমাৰ শ্ৰদ্ধাৰ তথা মৰমৰ চি.এম.ডি. (CMD) ছাৰ, ডাঃ তপন ডেকা দেৱৰ ওপজা দিন। সমগ্ৰ NMH পৰিয়ালৰ তৰফৰ পৰা ছাৰলৈ জন্মদিনৰ অলেখ শুভকামনা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ভগৱানৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সৰ্বাঙ্গীন উন্নতি কামনা কৰিছো। তেখেতৰ বলিষ্ঠ নেতৃত্ব আৰু দিখদৰ্শনত আমাৰ চিকিৎসালয়ে আগলৈকো সফলতাৰ নতুন শিখৰত উপনীত হওক, তাৰেই প্ৰাৰ্থনা জনালো।
শুভ জন্মদিন, ছাৰ!

আজি পৱিত্ৰ লক্ষ্মী পূজা উপলক্ষে ডাঃ স্বাগতা বৈশ্য মেমক পকোৱা লক্ষ্মী মন্দিৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেখেতে উপস্থিত থাকি ...
25/10/2026

আজি পৱিত্ৰ লক্ষ্মী পূজা উপলক্ষে ডাঃ স্বাগতা বৈশ্য মেমক পকোৱা লক্ষ্মী মন্দিৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেখেতে উপস্থিত থাকি আনুষ্ঠানিকভাৱে পূজাভাগি উদ্বোধন কৰে আৰু সমগ্ৰ সমাজৰ সুস্বাস্থ্য, সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে আই লক্ষ্মীৰ ওচৰত সেৱা জনাই। ইয়াৰ লগতে, এই পৱিত্ৰ অনুষ্ঠানত তেখেতে নাৰী সৱলীকৰণৰ ওপৰত এটি অতি সুন্দৰ আৰু প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰিছিল, যিয়ে উপস্থিত ৰাইজক গভীৰভাৱে অনুপ্ৰাণিত কৰে।

শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা।আই লক্ষ্মীৰ আশিসে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু আশাৰ নতুন পোহ...
25/10/2026

শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা।

আই লক্ষ্মীৰ আশিসে প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু আশাৰ নতুন পোহৰ। প্ৰতিটো সপোনে পাওক পূৰ্ণতাৰ বাট, প্ৰতিটো জীৱন ভৰি পৰক মৰম আৰু আনন্দৰে।

শুভেচ্ছাৰে — সাৰথি IVF চেণ্টাৰ।

#লক্ষ্মীপূজা

16/10/2026

দুৰ্গতিনাশিনী মা দুৰ্গাৰ কৃপাত আপোনালোকৰ জীৱনৰ সকলো আশা আৰু সপোন পূৰণ হওক। যিবোৰ পৰিয়ালে এটি নতুন জীৱনৰ অপেক্ষাত আছে, দেৱীৰ আশীৰ্বাদত তেওঁলোকৰ সংসাৰলৈ পূৰ্ণতা আৰু অনাবিল আনন্দ নামি আহক। শাৰদীয় দুৰ্গা পূজাৰ হিয়াভৰা শুভেচ্ছাৰে— সাৰথি আই ভি এফ (IVF) চেন্টাৰ।

অসমৰ লোক-সংস্কৃতিৰ অন্যতম অংগ বিয়ানামৰ সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে আজি নলবাৰীৰ বৰাজৰাৰ বাসন্তীখোলাত এখন সুন্দৰ বিয়...
11/10/2026

অসমৰ লোক-সংস্কৃতিৰ অন্যতম অংগ বিয়ানামৰ সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে আজি নলবাৰীৰ বৰাজৰাৰ বাসন্তীখোলাত এখন সুন্দৰ বিয়ানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল সন্মানীয় ড° স্বাগতা বৈশ্য মেমক। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ লগে লগে তেখেতক আয়োজক সমিতি আৰু ৰাইজৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পৰৱৰ্তী সময়ত তেখেতে বিয়ানামৰ তাৎপৰ্য আৰু অসমীয়া সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এক অতি সুন্দৰ আৰু মনোগ্ৰাহী ভাষণ প্ৰদান কৰে। তেখেতে নিজৰ ভাষণত আমাৰ নৱপ্ৰজন্মৰ মাজত নিজৰ লোক-সংস্কৃতি, পৰম্পৰা আৰু শিপাডাল জীয়াই ৰখাৰ লগতে ইয়াক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে যি দায়িত্ব আছে, সেই বিষয়ে বিশেষভাৱে সোঁৱৰাই দিয়ে। তেখেতৰ এই প্ৰেৰণাদায়ক উপস্থিতিয়ে আজিৰ অনুষ্ঠানটিৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰে।

20/09/2026

Ten years of hoping.
Ten years of waiting.
Ten years of fighting infertility, while living with endometriosis and fibroids.

There were days filled with questions, uncertainty, tears, and moments when the dream of becoming parents felt so far away.

They chose to keep believing.

Despite endometriosis and fibroids, and without undergoing surgery, took the path of IVF—and today, the dream held onto for so many years has finally become a beautiful reality.

মিলনপুৰ কটলাবৰকুচি যুৱক সংঘৰ সৌজন্যত আয়োজিত বৰ্ণাঢ্য বহাগী বিদায় অনুষ্ঠানত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড°  S...
23/05/2026

মিলনপুৰ কটলাবৰকুচি যুৱক সংঘৰ সৌজন্যত আয়োজিত বৰ্ণাঢ্য বহাগী বিদায় অনুষ্ঠানত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° Swagata Baishya বাইদেউ। অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মঞ্চ উন্মোচন কৰাৰ পাছতে তেখেতে নাৰী শিক্ষাৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি এক সাৰগৰ্ভ চমু ভাষণ প্ৰদান কৰে, যিয়ে উপস্থিত দৰ্শক তথা সমূহ ৰাইজক গভীৰভাৱে অনুপ্ৰাণিত কৰে।

23/05/2026

এবাৰ আগতে হোৱা জড়ায়ুৰ অষ্ট্ৰপচাৰৰ পিছত সাৰথি IVF কেন্দ্ৰৰ চিকিৎসাত এক সুস্থ সন্তান লাভ । ধন্যবাদ ডাঃ স্বাগতা বৈশ্য
After struggling with infertility for nearly 3 years following a previous uterine surgery, this couple finally received the joy of parenthood through the advanced treatment and expert care at Sarathi IVF Centre. With the dedicated guidance of Dr. Swagata Baishya , they were blessed with a healthy baby, bringing happiness and hope back into their lives. Their journey stands as a beautiful example that with the right treatment, care, and support, the dream of becoming parents can come true. Thank you, Dr. Swagata Baishya, for making this precious moment possible.

Address

Alternative Road
Nalbari
781335

Alerts

Be the first to know and let us send you an email when Sarathi IVF Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Sarathi IVF Centre:

Shortcuts

Share